সুৰৰ আকাশত 
ডাৱৰে ডাৱৰে 
সুৰৰ আকাশত 
ডাৱৰে ডাৱৰে 
অ' মই বিছাৰিলো ৰামধেনু 
সুৰৰ আকাশত 
ডাৱৰে ডাৱৰে 
অ' মই বিছাৰিলো ৰামধেনু 
চা পোহৰৰ 
খেলা জীৱনৰ 
সুখ দুখৰ লুকা-ভাকু 
চা পোহৰৰ 
খেলা জীৱনৰ 
সুখ দুখৰ লুকা-ভাকু 
সুৰৰ আকাশত 
ডাৱৰে ডাৱৰে 
অ' মই বিছাৰিলো ৰামধেনু 
Mmmusic 
Track Delicated To 
Manju Shyam, 
মঞ্জু শ্যাম ইন্দ্ৰধনু-বাইদেউ 
Mrinal Medhi Presentation 
পালো কি নেপালো 
বিছাৰি ফুৰি 
জীৱনৰ সেন্দুৰীয়া বাট 
গালো কি নেগালো 
অমিয়া মৰতত 
জীৱনৰ সুৰিয়া গান 
অ' মায়াময় সন্ধিয়া বেলা 
স্মৃতিৰ দিঘলীয়া চা 
অ' মায়াময় সন্ধিয়া বেলা 
স্মৃতিৰ দিঘলীয়া চা 
সুৰৰ আকাশত 
ডাৱৰে ডাৱৰে 
সুৰৰ আকাশত 
ডাৱৰে ডাৱৰে 
অ' মই বিছাৰিলো ৰামধেনু 
Mmmusic 
Track Delicated To 
Manju Shyam, 
মঞ্জু শ্যাম ইন্দ্ৰধনু বাইদেউ 
Mrinal Medhi Presentation 
অ' এনেকৈয়ে বাজে 
ওৰেটো জীৱন 
নিৰৱ বাহীঁৰ সুৰ 
অ' এনেকৈয়ে বাজে 
ওৰেটো জীৱন 
নিৰৱ বাহীঁৰ সুৰ 
পশ্চিমৰ আকাশে 
কিয় যে সানিলে 
বিষাদৰ ৰং গধুৰ 
অ' মায়াময় সন্ধিয়া বেলা 
স্মৃতিৰ দিঘলীয়া চা 
অ' মায়াময় সন্ধিয়া বেলা 
স্মৃতিৰ দিঘলীয়া চা 
সুৰৰ আকাশত 
ডাৱৰে ডাৱৰে 
সুৰৰ আকাশত 
ডাৱৰে ডাৱৰে 
অ' মই বিছাৰিলো ৰামধেনু 
হু হু হু হু হু হু 
হু হু হু হু হু হু 
হু হু