menu-iconlogo
huatong
huatong
avatar

O Moinajan Panite

Dwipen Baruah/Debjani Dashuatong
✳️🎸🎸HEMANTA🎸🎸✳️huatong
Letras
Grabaciones

মঃ উম্ ম্ ম্ ম্ ম্

পুঃ অ’ মইনাজান পানীতে মুখনি চায় কোন মেনকাই

মঃ অ’ দেহি ঐ চিনাকী মুখনি জানো চিনি পোৱা নাই

পুঃ অ’ মইনাজান পানীতে মুখনি চায় কোন মেনকাই

মঃ অ’ দেহি ঐ চিনাকী মুখনি জানো চিনি পোৱা নাই

দুয়োঃ অ’ মইনাজান পানীতে মুখনি চায় কোন মেনকাই

মূল গীতৰ কণ্ঠশিল্পীঃ দ্বীপেন বৰুৱা আৰু দেৱযানী দাস

গীতিকাৰ আৰু সুৰকাৰঃ তফজ্জুল আলী

বোলছবিঃ সোণৰ হৰিণ

মঃ কথাত দেখোন বৰষে মৌ কিনো আছে মনতে

পুঃ আছে এটি আশা মনত সাঁচি থোৱা গুপুতে

মঃ মনৰ গুপুত কথা জানা মনে বুজি পায়

দুয়োঃ মনৰ গুপুত কথা জানা মনে বুজি পায়

অ’ মইনাজান পানীতে মুখনি চায় কোন মেনকাই

ট্ৰেকৰ গীতৰ কণ্ঠশিল্পীঃ প্ৰশান্ত ৰাজখোৱা আৰু সন্দীপা শৰ্মা

ট্ৰেকৰ গীতৰ উৎসঃ YouTube Channel: Prasanta Rajkhowa

মঃ মৰমৰে ৰ’দালিতে উঠে জীৱন উজলি

পুঃ পলসুৱা পথাৰতে ফলে সপোন সোণালী

মঃ এই গাঁৱতে জনম আমাৰ এয়ে মৰণৰো ঠাই

দুয়োঃ এই গাঁৱতে জনম আমাৰ এয়ে মৰণৰো ঠাই

অ’ মইনাজান পানীতে মুখনি চায় কোন মেনকাই

ট্ৰেকৰ প্ৰস্তুতিঃ হেমন্ত

পুঃ ৰূপেৰে কাম নিসিজে সোণ ঘৰ ধৰিব লাগিব

মঃ অ’ কথাৰে মুখ নভৰে ধন হালো বাব লাগিব

পুঃ অ' ৰূপেৰে কাম নিসিজে সোণ ঘৰ ধৰিব লাগিব

মঃ অ’ কথাৰে মুখ নভৰে ধন হালো বাব লাগিব

হাল জুৰিলেই নহ’ব ধন আলি দিবও লাগিব

পুঃ অ’ আখল চালেই নহ’ব সোণ ভূঁয়ো ৰুব লাগিব

ভূঁই গুজিলেই নহ’ব সোণ ধানো দাব লাগিব

মঃ অ’ পথাৰ চালেই নহ’ব ধন ঘৰো চাব লাগিব

পথাৰ চালেই নহ’ব ধন ঘৰো চাব লাগিব

মিলিজুলি দুয়োটাই

দুয়োঃ মিলিজুলি দুয়োটাই

পুঃ অ’ মইনাজান পানীতে মুখনি চায় কোন মেনকাই

মঃ অ’ দেহি ঐ চিনাকী মুখনি জানো চিনি পোৱা নাই

পুঃ অ’ মইনাজান পানীতে মুখনি চায় কোন মেনকাই

মঃ অ’ দেহি ঐ চিনাকী মুখনি জানো চিনি পোৱা নাই

Más De Dwipen Baruah/Debjani Das

Ver todologo

Te Podría Gustar