menu-iconlogo
huatong
huatong
avatar

Milesun Kothabur

Nilakshi Neog/Neel Akashhuatong
sherronsueo2000huatong
Letras
Grabaciones
মিলেচোন কথাবোৰ

কণ্ঠশিল্পী-নিলাক্ষী নেওগ

নীল আকাশ

F, বাউলী কলিজাৰে মৰমৰ চুপতিৰে

চকুৱে চকুৱে কওঁ নকওঁ কথাটিৰে

বুকুৰ কাঁচিজোন মৰমৰে সোণ

লাহ লাহেকৈয়ে লহ পঢ়াই বাঢ়িব

মন বাৰিষাৰ ঢল হিয়াতে নাচিব

মৰমৰ উজানত উঠা নমা বোৰ

তয়ো মোৰ ময়ো তোৰ

মিলেচোন কথাবোৰ

ভাবিলেই ভাৱনাই

নিয়েগৈ বহুদূৰ

সন্ধ্যাৰাগ ষ্টুডিঅ'

নিলগাই ৰাখো কিদৰে

সপোনত আমনি কৰে

নিলগাই ৰাখো কিদৰে

সপোনত আমনি কৰে

চিকুটি চিকুটি মোৰ কলিজাৰ বাকলি

উবুৰি খাই পৰেগৈ মন মোৰ পিচলি

মনে মনে হিয়া কৰি নিয়ে চোন

তয়ো মোৰ ময়ো তোৰ

মিলেচোন কথাবোৰ

ভাবিলেই ভাৱনাই

নিয়েগৈ বহুদূৰ

M, প্ৰেমৰে বৰষুণ এজাক

যৌৱনৰ বসন্তৰে বাট

প্ৰেমৰে বৰষুণ এজাক

যৌৱনৰ বসন্তৰে বাট

জুৰুলি জুপুৰি কৈ তিতিলো বুৰিলো

এটি মিঠা হাঁহিতে প্ৰেমতেই পৰিলো

ভাবো তাকেই উজাগৰে ৰাতিবোৰ

তয়ো মোৰ ময়ো তোৰ

মিলেচোন কথাবোৰ

ভাবিলেই ভাৱনাই

নিয়েগৈ বহুদূৰ

ধন্যবাদ

Más De Nilakshi Neog/Neel Akash

Ver todologo

Te Podría Gustar