menu-iconlogo
huatong
huatong
avatar

Bau lagibo

Nilav Nitahuatong
❤️❤️Ⓜ️on2♏oni❤️❤️huatong
Letras
Grabaciones
Track upload Mon2moni

Track by Narayan deuri

Song request __Arotee_

1..

2..

3...

খোলোচা হাঁহিৰে চাবি মোলৈ এবাৰ বাও লাগিব

জাতেকেনে বেয়াকে নকবি মোৰে শাও লাগিব

Olp roi

খোলোচা হাঁহিৰে চাবি মোলৈ এবাৰ বাও লাগিব

জাতেকেনে বেয়াকে নকবি মোৰে শাও লাগিব

দিনতে তোৰে কথা ভাবি ভাবি বিছনতে পৰুং

পূৱা গধূলি তোৰ কাৰণে ঘৰত গালি খালুং

তথাপি তোলৈকে ইমান মৰিচুং

তোক দেখি থৰ থৰ কে কপিচুং

তোক দেখি জ্বৰ ঘামে ঘামিচুং

এবাৰ বাও পাং বুলি ক সুলেঙ দেহা,,,

তোক দেখি থৰথৰকে কপিচুং

তোক দেখি জ্বৰ ঘামে ঘামিচুং

এবাৰ বাও পাং বুলি ক সূলেং দেহা ...

Music

চেনাই মোৰ ঐ...

চেণাই মোৰ ঐ...

এ দেহী দেহাঁ ঐ চিন্তা নকৰিবি ঐ চিন্তা নকৰিবি ঐ তেজৰ সোঁত বলিচে দেহত

ধুমুহা আহিলেও জাতেকে ভয় নকৰুঙ জাতেকে ভয় নকৰোঙ

গাজনিহে মাৰিছে বুকুত

দিনতে তোৰে কথা ভাবি ভাবি

বিছনাতে পৰুঙ

পূৱা গধূলি তোৰ কাৰণে ঘৰত গালি খালুং

তথাপি তোলৈকে ইমান মৰিচুং

তোক দেখি থৰথৰকে কপিচুং

তোক দেখি জ্বৰ ঘামে ঘামিচুং

এবাৰ বাও পাং বুলি ক শুলেং দেহাঁ

তোক দেখি থৰথৰকে কপিচুং

তোক দেখি জ্বৰ ঘামে ঘামিচুং

এবাৰ বাও পাং বুলি ক সোলেং দেহা ...

Music

নাই ককাইটি নাই নামৰূপত চাকৰি

নাই ককাইতি নাই তোৰ দুলিয়াজানত চাকৰি

নাই ককাইটি নাই

তোৰ চাকৰিও কপালত নাই

নাই মৰমো নাই

নাই মোলৈ আহৰি

যায় উৰি মন যায়

তোক টানি লম যেন আজুৰি

খায় মনে মোৰ খায়

কিজানি আগৰ মৰমকণ হেৰায়

দিনতে তোৰে কথা ভাবি ভাবি বিছনাতে পৰুং

পূৱা গধূলি তোৰ কাৰণে ঘৰত গালি খালোং

তথাপি তোলৈকে ইমান মৰিচুং

তোক দেখি থৰথৰকে কপিচুং

তোক দেখি জ্বৰ ঘামে ঘামিচুং

এবাৰ বাও পাং বুলি ক সূলেঙ দেহা

তোক দেখি থৰথৰকে কপিচুং

তোক দেখি জ্বৰ ঘামে ঘামিচুং

এবাৰ বাও পাং বুলি ক সোলেঙ দেহা

তোক দেখি থৰথৰকে কপিচুং

তোক দেখি জ্বৰ ঘামে ঘামিচুং

এবাৰ বাও পাং বুলি ক সুলেং দেহা

তোক দেখি থৰথৰকে কপিচুং

তোক দেখি জ্বৰ ঘামে ঘামিচুং

এবাৰ বাও পাং বুলি ক সুলেঙ দেহা ....

Thank you....

Más De Nilav Nita

Ver todologo

Te Podría Gustar