menu-iconlogo
huatong
huatong
avatar

সোনাৰ বৰন পাখিৰে / Shonar boron pakhire

Shahidul islamhuatong
88890691908huatong
Letras
Grabaciones
গোৱালপৰীয়া লোকগীতৰ

shahidul islam

Contact no

91 6002338707

সোনাৰ বৰন পাখিৰে আমাৰ,

হেঙুল বৰন আখি..ই..ই..ই...

সোনাৰ ব...ৰন, পাখিৰে আমাৰ,

হেঙুল বৰন আখি..ই..ই..ই...

অৰে দেশেৰ পাখি বিদেশে গেলো..অ..অ..অ.....

মোকে দিয়া ফাকিৰে,

সো...নাৰ ব...ৰন অৰে পা....খিৰে,

আজ সো...নাৰ ব...ৰন অৰে পা...খিৰে।

Shahidul islam

Please don't copy this track

বাচ্চা হাতে, পুষলুংৰে পাখি

দুধো-ভাতো দিয়া..আ..আ..আ...

Wait wait wait

বাচ্চা হাতে পুষলুংৰে পাখি

দুধো-ভাতো দিয়া..আ..আ..আ...

অৰে যাওঁয়াৰ বেলাই, গেলোৰে পাখি..ই..ই..ই...

বুকে শেলোন দিয়াৰে,

সো...নাৰ ব...ৰন অৰে পা...খিৰে

আজ সো...নাৰ ব...ৰন অৰে পা...খিৰে।

শহিদুল ইছলাম

91 6002338707

চাউলো দিলুং ঢাইলোৰে দিলুং,

ৰান্ধি-বাড়ি খাইয়ো...অ..অ..অ...

Wait wait wait

চাউলো দিলুং ঢাইলোৰে দিলুং,

ৰান্ধি-বাড়ি খাইয়ো...অ..অ..অ...

আমাৰো ৰিদয়ো পালেংকে...এ..এ..এ...

শুইয়া নিদ্ৰা যাইয়োৰে,

সো...নাৰ ব...ৰন অৰে পা...খিৰে

আজ সো...নাৰ ব...ৰন অৰে পা...খিৰে

Wait wait wait

সোনাৰ ব...ৰন পা...খিৰে আমাৰ

হেঙুল ব...ৰন আ....খি...ই..ই..ই...

অৰে দেশেৰ পাখি বিদেশে গেলো...অ..অ..অ...

মোকে দিয়া ফাঁকিৰে,

সো...নাৰ ব...ৰন অৰে পা...খিৰে

আজ সো...নাৰ ব...ৰন অৰে পা...খিৰে

আজ সো...নাৰ ব...ৰন অৰে পা...খিৰে

The End

Más De Shahidul islam

Ver todologo

Te Podría Gustar