menu-iconlogo
huatong
huatong
avatar

Hai Bidhi Hai/হাই বিধি হাই

Zubeen Garg/জুবিন গাৰ্গhuatong
দেৱজিৎ-নাথ-মাজুলীhuatong
Letras
Grabaciones
Vocal Zubeen Garg

Lyrics বিলাক ভূল হ'লে শুধৰাই লব

হাই বিধি হাই হাই

কান্দে ৰাজা জন্মে জয় এ

অ ব্যাসৰ কথা মনে সুমৰ এ

অ স্বৰ্গ পুৰি জগত খাই

মৰিশালি হৈ যাই

কন্দি কান্দি ৰল জন্মেজয়

কান্দি কান্দি ৰল জন্মেজয়

হাই বিধি হাই হাই

কান্দে ৰাজা জন্মে জয় এ

অ ব্যাসৰ কথা মনে সুমৰ এ

অ স্বৰ্গ পুৰি জগত খাই

মৰিশালি হৈ যাই

কান্দি কান্দি ৰল জন্মেজয়

কান্দি কান্দি ৰল জন্মেজয়

Track upload

দেৱজিৎ নাথ মাজুলী

কি অ আতাৰ কথা নুসুনিলো

মৃগ মাৰি বাক গৈলো

তাতে পালো কন্যা মায়া বিঘনি

তাতে পালো কন্যা মায়া বিঘনি

অ পাতিলো মই বৰ ৰাণি

ঘোঁৰা বৰি বাক আনি

তাই মোৰ ঘটালে বিঘিনি

হাই বিধি,,,,

হাই বিধি হাই হাই

কান্দে ৰাজা জন্মে জয় এ

অ ব্যাসৰ কথা মনে সুমৰ এ

অ স্বৰ্গ পুৰি জগত খাই

মৰিশালি হৈ যাই

কান্দি কান্দি ৰল জন্মেজয়

কান্দি কান্দি ৰল জন্মেজয়

Follow

দেৱজিৎ নাথ মাজুলী

কি অ,,হে আতা মহামানি

কোন থানে আছা তুমি

দেখা দিয়া বিপদ সময়ে

দেখা দিয়া বিপদ সময়ে

ব্ৰহ্ম হত্যা মহাপাপে

মৰিছো মই শোকে তাপে

দিয়া মুক্তৰন উপাই

হাই বিধি

হাই বিধি হাই হাই

কান্দে ৰাজা জন্মে জয় এ

অ ব্যাসৰ কথা মনে সুমৰ এ

স্বৰ্গ পুৰি জগত খাই

মৰিশালি হৈ যাই

কান্দি কান্দি ৰল জন্মেজয়

কান্দি কান্দি ৰল জন্মেজয়

কান্দি কান্দি ৰল জন্মেজয়

কান্দি কান্দি ৰল জন্মেজয়

ধন্যবাদ,,,,,,,,,,,

Más De Zubeen Garg/জুবিন গাৰ্গ

Ver todologo

Te Podría Gustar