menu-iconlogo
huatong
huatong
zubeen-garganindita-paul-xubhra-bolakai-cover-image

Xubhra Bolakai

Zubeen Garg/Anindita Paulhuatong
rkmauilovershuatong
Letras
Grabaciones
শুভ্ৰ বলাকাৰ

জুবিন গাৰ্গ , অনিন্দিতা পাল

এলবাম- ৰুণজুন

F)শুভ্ৰ বলাকাৰ দেউকাত

সপোন ৰহন সনা

দুৰণিৰ সাগৰ পাৰত

বাজে বাঁহী মধুসনা

M)শুভ্ৰ বলাকাৰ দেউকাত

সপোন ৰহন সনা

দুৰণিৰ সাগৰ পাৰত

বাজে বাঁহী মধুসনা

F)সমীৰে বজাই বাঁহী

মৃদু মধুৰ ৰাগিনী

জাগে বন মিঠি দুৰু

দুৰু হিয়াৰ কঁপনি

M)সমীৰে বজাই বাঁহী

মৃদু মধুৰ ৰাগিনী

জাগে বন মিঠি দুৰু

দুৰু হিয়াৰ কঁপনি

Both)সাগৰ নীলা দুচকুত

সপোনৰে ৰহন সনা

M)শুভ্ৰ বলাকাৰ দেউকাত

সপোন ৰহন সনা

F)দুৰণিৰ সাগৰ পাৰত

বাজে বাঁহী মধুসনা

F)আজি এই মধুক্ষণ মন

জানো কিহতে মগন

উতলা অধীৰ যৌৱন

জাগে পুলক শিহৰণ

M)আজি এই মধুক্ষণ মন

জানো কিহতে মগন

উতলা অধীৰ যৌৱন

জাগে পুলক শিহৰণ

Both)মন যমুনাৰ পাৰতে

বাঁজে বাঁহী মধুসনা

M)শুভ্ৰ বলাকাৰ দেউকাত

সপোন ৰহন সনা

F)দুৰণিৰ সাগৰ পাৰত

বাজে বাঁহী মধুসনা

হুমম.......

হুমম.......

হুমম.......

হুমম.......

হুমম.......

হুমম.......

Más De Zubeen Garg/Anindita Paul

Ver todologo

Te Podría Gustar