জয় আই অসম
F:তুমিয়েই দিলাহি মিঠাকৈ
চেনাই অ' মৰমৰ বতৰা
তুমিয়েই দিলাহি মিঠাকৈ
চেনাই অ' মৰমৰ বতৰা
বোৱালা বুকুৰে মাজতে
পিৰিতি নাচনি নিজৰা
M:অ' প্ৰিয়া তুমিয়ে ক'লা
ফুলিছে মৰমবোৰ ফুলক না
F:তুমিয়েই দিলাহি মিঠাকৈ
চেনাই অ মৰমৰ বতৰা
বোৱালা বুকুৰে মাজতে
পিৰিতি নাচনি নিজৰা
M:অ' প্ৰিয়া তুমিয়ে ক'লা
ফুলিছে মৰমবোৰ ফুলক না
F:তুমিয়েই দিলাহি মিঠাকৈ
চেনাই অ মৰমৰ বতৰা
M:মনৰে মাজতে তোমাৰে ছবিখনি
য'তনে ৰাখিছো জানানে অ মৰমী
F:ইচাত বিচাত গাভৰু দেহা
চেনাই মোৰ অ কি কৰিলা
M:তুমি আহি সজাঁলা সপোন
যৌৱন পোৱাৰ পৰা
F:তুমিয়েই দিলাহি মিঠাকৈ
চেনাই অ মৰমৰ বতৰা
বোৱালা বুকুৰে মাজতে
পিৰিতি নাচনি নিজৰা
M:অ' প্ৰিয়া তুমিয়ে ক'লা
ফুলিছে মৰমবোৰ ফুলক না
F:তুমিয়েই দিলাহি মিঠাকৈ
চেনাই অ মৰমৰ বতৰা
M:তুমিয়েই কৰিলা জীৱন সোনোৱালী
মনৰে আকাশত তৰাৰে দীপাৱলী
F:তুমি হ'লা বলীয়া ফাগুণ
আচঁল উৰাই ভালপোৱা
M:মৰম এখন বোৱঁতী নদী
জীৱন মৰুত পোৱা
F:তুমিয়েই দিলাহি মিঠাকৈ
চেনাই অ মৰমৰ বতৰা
বোৱালা বুকুৰে মাজতে
পিৰিতি নাচনি নিজৰা
M:অ' প্ৰিয়া তুমিয়ে ক'লা
ফুলিছে মৰমবোৰ ফুলক না
F:তুমিয়েই দিলাহি মিঠাকৈ
চেনাই অ মৰমৰ বতৰা
বোৱালা বুকুৰে মাজতে
পিৰিতি নাচনি নিজৰা