গীত : মৰম মৰম লাগিছে
কণ্ঠ : জুবিন গাৰ্গ,প্ৰিয়ংকা ভৰালী
বৃন্দাবন থিয়েটাৰৰ গান
জয় আই অসম
M~অ মৰম মৰম লাগিছে
কিনো আৱেগত
আঘোন ফাগুন বলিছে
মোৰেই প্ৰাণত
উগুল থুগুল মন এইয়া
কিনো উলাহত
প্ৰেমৰ"নৈ বব ধৰিছে
মোৰেই দেহত
হিয়াৰে নৈ যাবগৈ
মৰম হৈ তোমাৰ বুকুলৈ
মৰম মৰম লাগিছে
কিনো আৱেগত
আঘোন ফাগুন বলিছে
মোৰেই প্ৰাণত
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
M~অ আঘোন সোনালী সোনালী মন...
~~~~~~~~}}}{ {{{{
M~অ ফাগুন উতলা উতলা যৌৱন
F~উমাল উমাল মৰমে ঐ
জীপাল জীপাল দেহমন ঐ
M+F~সৰগী সৰগী এই ক্ষন
M~অ হিয়াৰে নৈ যাব বৈ
মৰম হৈ বুকুলৈ
মৰম মৰম লাগিছে
কিনো আৱেগত
F~আঘোন ফাগুন বলিছে
মোৰেই প্ৰাণত
Karaoke with lyrics
Arrange by Bijit Bor Gohain
M~অ আকাশ যৌৱনৰ সাতোৰঙ দিয়া
~~~~~~~~~~~~}}} {{{
M~অ বতাহ সুবাস হৈ চুই যোৱা
F~শীতল শীতল পৰশে ঐ
উমাল উমাল বুকুযুৰি ঐ
M+F~কিযে অবুজ শিহৰন
F~হিয়াৰে নৈ যাব যে বৈ
M~মৰম হৈ তোমাৰ বুকুলৈ
F~অ মৰম মৰম লাগিছে
কিনো আৱেগত
M+F~আঘোন ফাগুন বলিছে
মোৰেই প্ৰাণত
ধন্যবাদ সহকাৰে ( ‿ )