গীত:চেঁচা পৰি যাব নিদিবা
কণ্ঠ:বাবু বৰুৱা,প্ৰিয়ংকা ভৰালী
এলবাম:লখিমী
সংগীত ব্যৱস্থাপনা:অৰূপ দত্ত
জয় আই অসম
m/চেঁচা পৰি যাব নিদিবা
তোমাৰ গাভৰু দেহা
f/তোমাৰ পৰশ পালেই
উমাল হব
বুকুৰ মাজত ঘামে উমলিব
m/দুচকুৱে কথা কব
দুটি ওঠ মাথো কঁপিব
f/গভীৰ হব মৰম কিমান
মনে মাথো বুজিব
m/চেঁচা পৰি যাব নিদিবা
তোমাৰ গাভৰু দেহা
f/তোমাৰ পৰশ পালেই
উমাল হব
বুকুৰ মাজত ঘামে উমলিব
ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া
m/মনৰ কথাটি....
f/নকলেও চাগে তুমি বুজা
m/লওনে সাৱটি....
f/সকলো তোমাৰেই কি খোজা
~~~~~~~~~••••~~~~~~~~
m/অ মনৰ কথাটি....
f/নকলেও চাগে তুমি বুজা
m/লওনে সাৱটি....
f/সকলো তোমাৰেই কি খোজা
m/দুটি দেহা এটি কৰো আহা
মৰম নদীত....উটি উটি...
~~~~~~~••••~~~~~~~
m/চেঁচা পৰি যাব নিদিবা
তোমাৰ গাভৰু দেহা
f/তোমাৰ পৰশ পালেই
উমাল হব
বুকুৰ মাজত ঘামে উমলিব
Track Request:Mithun Deka & Payal
m/দীঘল নিশাটি....
f/উশাহবোৰ দেখোন চুটি চুটি
m/শীতল এচাটি....
f/অ প্ৰেমৰ বয় চুলেহি দেহাটি
~~~~~~~~~•••~~~~~~~~
m/অ দীঘল নিশাটি....
f/উমম উশাহবোৰ দেখোন চুটি চুটি
m/অ শীতল এচাটি....
f/অ প্ৰেমৰ বয় চুলেহি দেহাটি
m/দুটি দেহা এটি কৰো আহা
মৰম নদীত....উটি উটি...
~~~~~~~••••~~~~~~~
m/চেঁচা পৰি যাব নিদিবা
তোমাৰ গাভৰু দেহা
f/তোমাৰ পৰশ পালেই
উমাল হব
বুকুৰ মাজত ঘামে উমলিব
m/অ অ অ অ অ অ অ
f/উম মম মমম মম উম
ধন্যবাদ সহকাৰে !