menu-iconlogo
huatong
huatong
avatar

HQ-কাক বুলিনো

Dipen Baruahhuatong
Mrinal🇮🇳Medhiসুৰদেউলhuatong
Paroles
Enregistrements
Uplode-MrinalMedhi

(পু)কাক বুলিলোঁ কোনে নিজে

গাত পাতি ল’লে চা

জালকে বুলিলে জকাই

এতিয়া মজাটো পা

চাই চাই বুলিবি বাট

আচহুৱা পিছল ঘাট

চাই চাই বুলিবি বাট

আচহুৱা পিছল ঘাট

ভৰি পিছলি পৰ জানো খোপনি নৰয়

জানো চকুপানী বয়

মাকন এবাৰ ভাবি চা

কাক বুলিলোঁ কোনে নিজে

গাত পাতি ল’লে চা

জালকে বুলিলে জকাই

এতিয়া মজাটো পা ।

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

(স্ত্ৰী)কথা সলাইছে চা

কথা পকাইছে চা

আমি নেপাওঁহে যেনিবা বুজি

বেথা লগাইছে চা

বাগি মাৰিছে চা

কিনো মিছায়ে কিল খাই খুজি হে মাগিছা

বোলো কেনে?

(পু)হয়নে মানুহ মৰে কৈ

(আইকণ) চৰাই মৰে ৰৈ

মানুহ মৰে কৈ

(আইকণ) চৰাই মৰে ৰৈ

আগ গুনিবি পাছ গুনিবি

তেহে দিবি খোজ

কেলৈ হ’ৱ আঁকোৰগোজ

অ’ তেহে দিবি খোজ

কেলৈ হ’ৱ আঁকোৰগোজ?

(স্ত্ৰী)আয়ৈ কথা কৈছে চা!

(পু)কাক বুলিলোঁ কোনে নিজে

গাত পাতি ল’লে চা

জালকে বুলিলে জকাই

এতিয়া মজাতো পা ৷

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

(স্ত্ৰী)পখী বনৰীয়া

পাখি বৰণীয়া

দেখি ধৰি ৰাখিবলে মন

হাতো নেমেলিবা

মাতো নেমাতিবা

দেখি লেখি নেথাকিবা সোণ নেথাকিবা

বোলো কেনে?

(পু)-হয়নে হাটো মেলা

এইবাৰ মাতো মতা নাই

হাটো মেলা নাই

এইবাৰ মাতো মতা নাই

পক্ষী ৰূপ দেখি আমি ভুলো যোৱা নাই

আমাক নালাগে চৰাই

আমি ভুলো যোৱা নাই

আমাক নালাগে চৰাই

(স্ত্ৰীআয়ৈ কেনে কৰে চা

(পু)কাক বুলিলোঁ কোনে নিজে

গাত পাতি ল’লে চা

Davantage de Dipen Baruah

Voir toutlogo

Vous Pourriez Aimer