menu-iconlogo
huatong
huatong
avatar

Phool phool phool || Old Assamese song

Dipwen Baruah/Nirmala Mishrahuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Paroles
Enregistrements
গীত :ফুল ফুল ফুল(Cover)

কথাছবি : ড: বেজবৰুৱা (1969)

মূল কণ্ঠ : দীপেন বৰুৱা,নিৰ্মলা মিশ্ৰ

ৰেণু বৰুৱা

কভাৰ : চিমা গগৈ

সংগীত : ৰমেন বৰুৱা

কথা : এলি আহমেদ

১ম ভাগ পুৰুষ ২য় মহিলা

জয় আই অসম

M~ফুল ফুল ফুল

অ' ফুলি মেলিলে পাহি

চৌপাশতে অলি উৰিলে আহি

M/F~মেলিলে পাহি

উৰিলে আহি

মেলিলে পাহি

উৰিলে আহি ।

M~ফুল ফুল ফুল

অ ফুলি মেলিলে পাহি

চৌপাশতে অলি উৰিলে আহি

? ? ? ? ? ?

ষ্টাৰমেকাৰ আপলোড : BIJIT_শিৱসাগৰীয়া

M~জাননে ফুলৰে কাণত

অলিয়ে কিনো কথা কয়

যি কথা শুনিলে ফুলত

চাৱনি লাজুক লাজুক হয়।

F~অলিয়ে গানৰে চলত

গোপনে চেনেহ ঢালি যায়

ফুলৰে বুকুৰে মৰম

পাবলৈ মিনতি জগাই।

অলি গুণগুনাই টো

M/F~মৰমী প্ৰিয়া

ভৰাই মৌ পিয়লা

উজাৰি দিয়া

মৰমী প্ৰিয়া

উজাৰি দিয়া

মৰমী প্ৰিয়া

উজাৰি দিয়া ।

M~ফুল ফুল ফুল

ফুলি মেলিলে পাহি

চৌপাশতে অলি উৰিলে আহি

? ? ? ? ? ?

ট্ৰেক অনুৰোধ : RUBIসুৰবাহিনী

F~কিয়নো ফাগুনে আহি

বুকুৰে আচল উৰুৱাই

গোপনে আলফুলকৈ

পৰশ দি কিনো ভাল পায় ?

M~ফাগুনে ফাগুনী আবিৰ

গুপুতে আনে লুকুৱাই

পৰশৰ চলতে দিয়ে

গোলাপী মনত ছতিয়াই

F~এই মন ৰং লাগি হ'ল

পূৰ্নিমাৰ এই জোন

M/F~কাষলৈ আহা না

তুমি মোৰে সোণ

পূৰ্ণিমাৰ জোন

তুমি মোৰে সোণ

পূৰ্ণিমাৰ জোন

তুমি মোৰ সোণ ।

M~ফুল ফুল ফুল

অ' ফুলি মেলিলে পাহি

চৌপাশতে অলি উৰিলে আহি

Davantage de Dipwen Baruah/Nirmala Mishra

Voir toutlogo

Vous Pourriez Aimer