menu-iconlogo
huatong
huatong
avatar

Naihowa Sekh Sekh Howa Nai

Dwipen Baruah/Namitahuatong
cierracierrahuatong
Paroles
Enregistrements
গীত:নাই হোৱা শেষ

অসমীয়া বোলছবি:মৰমী(১৯৭৮)

কণ্ঠ:দ্বিপেন বৰুৱা,নমিতা ভট্টাচাৰ্য

কথা:কেশৱ মহন্ত

সুৰ:খগেন মহন্ত

সংগীত:ৰমেন বৰুৱা

আপলোড:বিজিত

জয় আই অসম(1st part male)

অ......

অ......

অ......

অ......

নাই হোৱা শেষ

নাই শেষ হোৱা

বহু কথাই নাই হোৱা...কোৱা

নাই হোৱা শেষ

নাই শেষ হোৱা

বহু কথাই নাই হোৱা...কোৱা

নাই হোৱা শেষ

নাই শেষ হোৱা...!

নুফুলা কলিয়ে কি কথা কলে

কাণ পাতি জানো শুনা?

নুপুৱা ৰাতিয়ে যি নজনালে

তাৰ বেথা জানো জানা?

এই যৌৱনে জনাব জানে

মাথো বুকুৰ ভালপোৱা

অ...এই যৌৱনে

জনাব জানে মাথো বুকুৰ ভালপোৱা

নাই হোৱা শেষ

নাই শেষ হোৱা

বহুকথাই নাই হোৱা...কোৱা!

নাই হোৱা শেষ

নাই শেষ হোৱা।।

Davantage de Dwipen Baruah/Namita

Voir toutlogo

Vous Pourriez Aimer