menu-iconlogo
logo

KIMOTE BHOKOTI

logo
avatar
jubinlogo
🎻বিনোদভকলিন🕊সুৰদেউল🐦logo
Chanter dans l’Appli
Paroles
মূলশিল্পী~জুবিন গাৰ্গ

কিমতে ভকতি কৰিবো তোমাত

হৰি এ

মই মুঢ়মতি নাজানো তাৰ উপায়

ৰাম ৰাম

মহা বলৱন্ত দুৰ্বাসনা ঘোৰ হৰি এ

আমাৰ মনক তেজিয়া দূৰ নজায়

ৰাম ৰাম

🌱🌱🌱🌱🌱

💜💜💜💜💜

💙💙💙💙💙

তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ

অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ

ৰাম ৰাম

অভয় চৰণে শৰণ পশিলো হৰি এ

তুৱা গুণ নাম ভকতি প্ৰদীপ চাঁও

ৰাম ৰাম

🌱🌱🌱🌱🌱

💜💜💜💜💜

💙💙💙💙💙

ভকতি মিনতি প্ৰণতি নাজানো হৰি এ

মোত পৰে জ্ঞান শূণ্য হীন মতি

নাই ৰাম ৰাম

তুমি প্ৰভূ কৃপা ৰসেৰ সাগৰ

হৰি এ

দিয়ো মোক তুৱা পদ ছাঁয়া তলে

ঠাই ৰাম ৰাম ।

দিয়ো মোক তুৱা পদ ছাঁয়া তলে

ঠাই ৰাম ৰাম ।

দিয়ো মোক তুৱা পদ ছাঁয়া তলে

ঠাই ৰাম ৰাম ।

KIMOTE BHOKOTI par jubin - Paroles et Couvertures