menu-iconlogo
huatong
huatong
Paroles
Enregistrements
এপল-দুপল কৰি

ধীৰে-ধীৰে মৰম-হেঁপাহ জগাই

মনে-মনে তুমি আছা উমলি

মোৰ আকাশতে

এপল-দুপল কৰি

ধীৰে-ধীৰে মৰম-হেঁপাহ জগাই

মনে-মনে তুমি আছা উমলি

মোৰ আকাশতে

এপল-দুপল কৰি

ধীৰে-ধীৰে মৰম-হেঁপাহ জগাই

মনে-মনে তুমি আছা উমলি

মোৰ আকাশতে

অজানা শিহৰণ দেহে-মনে আজি উফৰি উঠিছে

তোমাৰে নামৰে কবিতা আজি মোৰ কলমে-কাগজে

অচিনা সুৰৰে সুবাসে আজি মোৰ কাণে-কাণে কি ক′লে!

আহিবাঁ তুমি মোৰ কাষলে' এদিন গোপনে-গোপনে

এপল-দুপল কৰি

ধীৰে-ধীৰে মৰম-হেঁপাহ জগাই

মনে-মনে তুমি আছা উমলি

মোৰ আকাশতে

প্ৰতিটো নিশাতে আজি ভাহি আহে তোমাৰে চকুত

সপোন এটা ৰচি গৈ আছা তুমি মোৰে যে বুকুত

প্ৰতিটো নিশাতে আজি ভাহি আহে তোমাৰে চকুত

সপোন এটা ৰচি গৈ আছা তুমি মোৰে যে বুকুত

অকলে-অকলে নিজানতে

বিচাৰি এটি সুৰ গীটাৰতে

আবেলিৰে বেলিটিৰ সমুখতে

তোমাৰে ভাৱনাকে সামৰি

কলমৰ আঁক এশাৰী-দুশাৰী

আঁকি যাওঁ দুয়োৰে মৰমৰ নৈ

অকলে-অকলে নিজানতে

বিচাৰি এটি সুৰ গীটাৰতে

আবেলিৰে বেলিটিৰ সমুখতে

তোমাৰে ভাৱনাকে সামৰি

কলমৰ আঁক এশাৰী-দুশাৰী

আঁকি যাওঁ দুয়োৰে মৰমৰ নৈ

লাহে-লাহে-লাহে, মনে-মনে-মনে

কওঁনে তোমাক কাণে-কাণে?

প্ৰতি পলে-পলে চিঞৰোঁ সিপাৰলে′

আঁজুৰিবলে' তোমাক

একেবাৰে কাষৰলে'

একেবাৰে জীৱনলে′

এপল-দুপল কৰি

ধীৰে-ধীৰে মৰম-হেঁপাহ জগাই

মনে-মনে তুমি আছা উমলি

মোৰ আকাশতে

এপল-দুপল কৰি

ধীৰে-ধীৰে মৰম-হেঁপাহ জগাই

মনে-মনে তুমি আছা উমলি

মোৰ আকাশতে

কওঁ নে নকওঁ

কথাটি তোমাক, ভাবি মই বিভোৰ

পুৱাৰে পৰা আৱেগৰো আৱেগ

উপচি পৰিলে...

Davantage de Kalpashi Gayan/Jitrz/Suraj Dhimaan

Voir toutlogo