menu-iconlogo
huatong
huatong
avatar

HQ=আমাৰ গাঁৱৰে তুমি ৰূপহী

kumar bhabeshhuatong
Mrinal✊Medhihuatong
Paroles
Enregistrements
আমাৰ গাঁৱৰে

তুমি ৰূপহী

এনে লাগে যেন

মন মাধুৰী

***

আমাৰ গাঁৱৰে

তুমি ৰূপহী

এনে লাগে যেন

মন মাধুৰী

চঞ্চলা তুমি

মন ময়ুৰী

চকুৰ চাওনীত

মাৰে বিজুলী

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

ঢৌ খেলি খেলি

উৰে চুলি তাৰি

তোমাৰ খোজতে

তোমাৰ খোজতে

ৰহ লাগি লাগি

চায় ডেকাবোৰে

তোমাৰ মুখলে

তোমাৰ মুখলে

হাহিলে মুকুটাও সৰে

পাহি মেলি খোজত উৰে

মন উৰু উৰু কৰে এ হে

আমাৰ গাঁৱৰে

তুমি ৰূপহী

এনে লাগে যেন

মন মাধুৰী

চঞ্চলা তুমি

মন ময়ুৰী

চকুৰ চাওনীত

মাৰে বিজুলী

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

কিমান ধুনীয়া

তোমাৰ চকুযুৰি

হৰিণী নয়না

হৰিণী নয়না

লাগে তনাটনি

গাৱৰ ডেকা বুঢ়াৰ

ঘূৰি চোৱানা

ঘূৰি চোৱানা

হাহিলে মুকুটাও সৰে

পাহি মেলি খোজত উৰে

মন উৰু উৰু কৰে এ হে

আমাৰ গাঁৱৰে

তুমি ৰূপহী

এনে লাগে যেন

মন মাধুৰী

****

আমাৰ গাঁৱৰে

তুমি ৰূপহী

এনে লাগে যেন

মন মাধুৰী

চঞ্চলা তুমি

মন ময়ুৰী

চকুৰ চাওনীত

মাৰে বিজুলী

আমাৰ গাঁৱৰে

তুমি ৰূপহী

এনে লাগে যেন

মন মাধুৰী

চঞ্চলা তুমি

মন ময়ুৰী

চকুৰ চাওনীত

মাৰে বিজুলী

আমাৰ গাঁৱৰে

তুমি ৰূপহী

এনে লাগে যেন

মন মাধুৰী

@ধন্যবাদ#

Davantage de kumar bhabesh

Voir toutlogo

Vous Pourriez Aimer