menu-iconlogo
huatong
huatong
mausam-gogoi-o-pahari-jiyori-cover-image

O Pahari Jiyori

Mausam gogoihuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Paroles
Enregistrements
গীত : অ পাহাৰী জীয়ৰী

এলবাম : প্ৰেম পাহাৰে ভৈয়ামে

কণ্ঠ : মৌচম গগৈ

সংগীত : অৰূপ দত্ত

জয় আই অসম

অ পাহাৰী জীয়ৰী

নীলা পাহাৰৰে তুমি সুন্দৰী

অ পাহাৰী জীয়ৰী

নীলা পাহাৰৰে তুমি সুন্দৰী

তোমাৰ ৰূপত জেউতিচৰায়

তোমাৰ ৰূপত জেউতিচৰায়

জাজিং জাংচাই

আৰু পেকক খনি

ৰঙা ৰঙা আশাৰ আমাং

ৰঙা ৰঙা আশাৰ আমাং

পাম জানো তোমাকেই

বহাগতে কবলৈ মনৰ কথা

অ পাহাৰী জীয়ৰী

নীলা পাহাৰৰে তুমি সুন্দৰী

অ পাহাৰী জীয়ৰী

নীলা পাহাৰৰে তুমি সুন্দৰী

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

নৈ জুৰি ঝৰনা

জিৰি জিৰি গানে

••••••~~~~~~~

নৈ জুৰি ঝৰনা

জিৰি জিৰি গানে

তোমাক পোৱাৰ কথাকে কলে

তোমাক পোৱাৰ কথাকে কলে

আহিছো ইয়ালৈ

লুইতৰ তৃষাকে লৈ

অচিনাকী তোমাৰ

মই ডেকা ভৈয়ামৰ

অ পাহাৰী জীয়ৰী

নীলা পাহাৰৰে তুমি সুন্দৰী

Track Request : GUNJAN

কাৰবি লাংপি নৈ

ভৈয়ামলৈ গৈছে বৈ

~~~~~~~~~••••

কাৰবি লাংপি নৈ

ভৈয়ামলৈ গৈছে বৈ

মই আছো ইপাৰত

দেখো তোমাক সিপাৰত

মই আছো ইপাৰত

দেখো তোমাক সিপাৰত

পানীৰ দাপোনখনিত

তোমাৰ মুখৰ হাঁহি

পানীৰ দাপোনখনিত

তোমাৰ মুখৰ হাঁহি

জিলিকি জিলিকি উঠে

পুৱতি বহাগৰ যেন

ৰ'দৰ ৰেঙনি

অ পাহাৰী জীয়ৰী

নীলা পাহাৰৰে তুমি সুন্দৰী

অ পাহাৰী জীয়ৰী

নীলা পাহাৰৰে তুমি সুন্দৰী

অ পাহাৰী জীয়ৰী

নীলা পাহাৰৰে তুমি সুন্দৰী

অ পাহাৰী জীয়ৰী

নীলা পাহাৰৰে তুমি সুন্দৰী

Davantage de Mausam gogoi

Voir toutlogo

Vous Pourriez Aimer