menu-iconlogo
huatong
huatong
mausam-gogoi-premor-muhona-cover-image

Premor Muhona

Mausam gogoihuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
Paroles
Enregistrements
গীত => প্রেমৰ মোহনা

কণ্ঠশিল্পী => মৌচম গগৈ

এলবাম => মন ফাগুনী

(MODERN VOL -1)

জয় আই অসম

বহোতে এবেলি

উঠোতে এবেলি

ভাবো তোৰে কথাই

পুৱা কি আবেলি

~~~~~~~~~~~•••

বহোতে এবেলি

উঠোতে এবেলি

ভাবো তোৰে কথাই

পুৱা কি আবেলি

তই জানো নাজান্

তই জানো নুবুজ

বুকুৰে বেথাবোৰ

মনৰে কথাবোৰ

কলিজা ঐ কলিজা ঐ .......

কলিজা ঐ কলিজা ঐ .......

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

আকুটি বাকুতি

চিকুটি গুচি যায়

বুকুৰে মাজতে

বলিয়া ভাৱনাই ...

~~~~~~~~~~~~~~~~~

অ, প্রেমৰে মোহনাত

ভৰি দি পোৱা নাই..

যদি তই বিচাৰ্

যামে মই আগুৱাই

মনৰে বগৰী পকিলে সৰিবই ..

মনৰে লগৰীক মনে বিছাৰিবই

তই জানো নাজান্

তই জানো নুবুজ

বুকুৰে বেথা মোৰ

মনৰে কথা মোৰ ..

কলিজা ঐ কলিজা ঐ .....

কলিজা ঐ কলিজা ঐ......

ট্ৰেক অনুৰোধ তথা লিৰিক্স

যুগুতাইছে Prakashসুৰদেউল

আপদীয়া যৌৱন

বুজো এতিয়াহে

আমঠু শুকুৱাই

মৰমৰ পিয়াহে

~~~~~~~~~~~~~~~~

অ, মাৰিছে জাননে

আবেগৰ ভোকেহে

জনমে জনমে

বিচাৰো তোকেহে

মনৰে বগৰী পকিলে সৰিবই

মনৰে লগৰীক মনে বিছাৰিবই

তই জানো নাজান্

তই জানো নুবুজ

বুকুৰে বেথা বোৰ

মনৰে কথা মোৰ ..

কলিজা ঐ কলিজা ঐ ....

কলিজা ঐ কলিজা ঐ....

কলিজা ঐ কলিজা ঐ ..... ...

Davantage de Mausam gogoi

Voir toutlogo

Vous Pourriez Aimer