menu-iconlogo
logo

Ringa Ringa Lage

logo
avatar
Nekib/Parbin Porilogo
BIJIT_শিৱসাগৰীয়া💢🎸logo
Chanter dans l’Appli
Paroles
গীত : ৰিঙা ৰিঙা লাগে

কণ্ঠ : নেকিব,পাৰবিন পৰী

কথা,সুৰ : ৰেকিবুল

সংগীত : শেখৰ গোস্বামী

জয় আই অসম

m/অ বুকুৰ চোতালতে

তোমালৈ পীৰা পাৰি

আছো ৰৈ

অ তোমাৰ অবিহনে

থাকিব নোৱাৰা মই

হলো ঐ

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

m/ঐ জান মৰমজান

~~~~~~~~~~

তোমাৰ হাঁহিত

নাহৰ ফুলে ঐ

~~~~~~~~•

অ তোমাক দেখি মৰম

লাগে ঐ

~~~~~~~~~••

কোৰাছ////?/?/

অ বুকু ঢপং ঢপং কৰে ঐ

~~~~~~~~~~•

অ তুমি আহিলে মোৰ কাষলৈ

~~~~~~~~~••

অ বুকুৰ চোতালতে

তোমালৈ পীৰা পাৰি

আছো ৰৈ

অ তোমাৰ অবিহনে

থাকিব নোৱাৰা মই

হলো ঐ

অ ৰিঙা ৰিঙা লাগে

অ ৰিঙা ৰিঙা লাগে

অ ৰিঙা ৰিঙা লাগে ঐ..

কোৰাছ////?/?/

(⁠*⁠﹏⁠*⁠;⁠)(⁠*⁠﹏⁠*⁠;⁠)(⁠•⁠ ⁠ ⁠ ⁠•⁠;⁠)

f/ঐ ধন চেনাইধন

~~~~~~••

অ তোমাৰ কাষত

উৰি যাবলৈ

~~~~~~~•••

অ মনে কূটেকূটাই

থাকে ঐ

কোৰাছ///?//?//

অ বুকু উদং উদং

লাগে ঐ

~~~~~~~~•

অ তুমি নাহিলে

মোৰ কাষলৈ

~~~~~~~••

অ মৰম লমা লমে

হিয়াতে ডালে পাতে 

লাগে ঐ

অ তোমাৰ বুকু ভৰাই

দিবলে উলাহতে আছো ৰৈ

অ উকা উকা লাগে

অ উকা উকা লাগে

অ উকা উকা লাগে ঐ

~~~~~~~~~••

কোৰাছ///?//?//

Track Request : DHON S K D

m/ঐ জান মৰমজান

~~~~~~~~~•

যেন তোমাৰ বুকুৰ

চাদৰ হৈ

~~~~~~~~~~•

অ তোমাৰ দেহত

লিপিট খামেগৈ

~~~~~--•÷•

কোৰাছ///?//?//

অ দেহা ঢলং পলং কৰেগৈ

~~~~~~~~~•

অ তোমাৰ বুকুৰ মাজত শুবলৈ

~~~~~~~••

অ চুলি মেলি মেলি

নাচাবা আৱেগত উতলা হৈ

অ দেহা পিৰে পিৰাই

তোমাৰে কাষত আহি ৰবলৈ

অ বাধা ভাঙি চিঙি

অ বাধা ভাঙি চিঙি

অ বাধা ভাঙি চিঙি ঐ

কোৰাছ///?//?//

Ringa Ringa Lage par Nekib/Parbin Pori - Paroles et Couvertures