menu-iconlogo
huatong
huatong
avatar

Prabhat Jetiya Ahe

Nilakshi Neoghuatong
BIJIT_শিৱসাগৰীয়াhuatong
Paroles
Enregistrements
গীত:প্ৰভাত যেতিয়া আহে

কণ্ঠ:নিলাক্ষী নেওগ

কথা,সুৰ:কামিনী কুমাৰ গোহাঁই

জয় আই অসম

প্ৰভাত যেতিয়া আহে

সোনালী অৰুণৰ সতে

প্ৰভাত যেতিয়া আহে

সোনালী অৰুণৰ সতে

মোৰ মন যায়

এটি গীত গাবলে

মোৰ মন যায়

এটি গীত গাবলে

প্ৰভাত যেতিয়া আহে

সোনালী অৰুণৰ সতে

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

ফুল যেতিয়া ফুলে

হৃদয় ৰঙেৰে ভৰে

ফুল যেতিয়া ফুলে

হৃদয় ৰঙেৰে ভৰে

তুমিও থাকা নেকি ?

মোৰ কাষৰতে

তুমিও থাকা নেকি ?

মোৰ কাষৰতে

সন্ধিয়া যেতিয়া নামে

সোনালী কিৰনৰ সতে

সন্ধিয়া যেতিয়া নামে

সোনালী কিৰনৰ সতে

মোৰ মন যায়

এটি পখী হবলে

মোৰ মন যায়

এটি পখী হবলে

প্ৰভাত যেতিয়া আহে

সোনালী অৰুণৰ সতে

Track Request:Nilakshi

humming include

পখীয়ে কাকলি জুৰিলে

তোমালৈ মনত পৰে

পখীয়ে কাকলি জুৰিলে

তোমালৈ মনত পৰে

তুমিও দেখা নেকি মোক

তোমাৰ কাষৰতে

তুমিও দেখা নেকি মোক

তোমাৰ কাষৰতে

যেতিয়া বতাহ বলে

কোমল পৰশেৰে

যেতিয়া বতাহ বলে

কোমল পৰশেৰে

মোৰ মন যায়

তোমাক কাষত পাবলে

মোৰ মন যায়

তোমাক কাষত পাবলে

প্ৰভাত যেতিয়া আহে

সোনালী অৰুণৰ সতে

মোৰ মন যায়

এটি গীত গাবলে

মোৰ মন যায়

এটি পখী হবলে

মোৰ মন যায়

তোমাক কাষত পাবলে

Davantage de Nilakshi Neog

Voir toutlogo

Vous Pourriez Aimer