M হো টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি তই ও যাবি লগত
F ঐ চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা মিঠা মিঠা পৰত
upload date 26 7 2019
M হই টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি তই ও যাবি লগত
F হা চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা মিঠা মিঠা পৰত
M হো শ্বিলংৰে একা বেঁকা দীঘলীয়া বাট
F তোৰে লগত গলে ভাগৰ নেলাগে দেহাত
M হো কুঁৱলী বাৰে বাৰে কৰিব আঘাত
F কিনো হৱ তোৰে মোৰে গৰম কলিজাত
M হো টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি তই ও যাবি লগত
F চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা মিঠা মিঠা পৰত
M মেঘে চিনিব পাহাৰ শিখৰক
তই ও চিনিবি মোৰ হৃদয়ক
F টানি নিবি তোৰ বুকুৰে মাজত
জোৱাৰ উঠিব প্ৰেম সাগৰত
M মেঘে চিনিব পাহাৰ শিখৰক
তই ও চিনিবি মোৰ হৃদয়ক
F টানি নিবি তোৰ বুকুৰে মাজত
জোৱাৰ উঠিব প্ৰেম সাগৰত
M হো বেলি ডুবি শ্বিলংতে হব গধূলি
F হো তাতে মজা লাগিব মৰম বুটলি
M হো তোৰে জানো ঘৰতে নিদিব গালি
F হো ঘৰতে কম কিবা কম আছিলে বুলি
M হই টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি তই ও যাবি লগত
F হা চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা মিঠা মিঠা পৰত
M কিনকিনিয়া বৰষুণতে
দেহা তিতিলে ভাল লাগিব
F বনত জ্বলা জুই জ্বলি নুমাব
মনত জ্বলা জুই আৰু জ্বলিব
গানের শেষে একটা লাইক চাই
M কিনকিনিয়া বৰষুণতে
দেহা তিতিলে ভাল লাগিব
F বনত জ্বলা জুই জ্বলি নুমাব
মনত জ্বলা জুই আৰু জ্বলিব
M হো বেলি ডুবি শ্বিলংতে হব গধূলি
F হো কিযে মজা লাগিব মৰম বুটলি
M পিছে তোৰে জানো ঘৰতে নিদিব গালি
F হো ঘৰতে কম কিবা কম আছিলে বুলি
M দের নারে না..দেরে নারে না..দেরে
নারে..দেরে নারে..না না না
F দের নারে না..দেরে নারে না..দেরে
নারে.. দেরে নারে..না না না