menu-iconlogo
huatong
huatong
rajib-sadiya-bondhu-pahori-najaba-dei-cover-image

Bondhu Pahori Najaba Dei

RAJIB SADIYAhuatong
paradiseproperties1huatong
Paroles
Enregistrements
জয় আই অসম

বন্ধু,পাহৰি নাযাবা দেই

বন্ধু,পাহৰি নাযাবা দেই

জীৱন নাটৰ ভাও লৈ ওমলা

স্মৃতি ৰাখিবা দেই

স্মৃতি ৰাখিবা দেই

বন্ধু,পাহৰি নাযাবা দেই

আকাশ ভাঙিলেও তুমি নাভাঙিবা

প্ৰতিভাই অভিশাপ দিব

কলা ডাৱৰে আকাশ ঢাকিব

ধুমুহাই উৰুৱাই নিব

নিউ নিউ কৰা ফেঁচাৰ চিঞৰেও

নিউ নিউ কৰা ফেঁচাৰ চিঞৰেও

তোমালৈ সোঁৱৰাই দিব

তোমালৈ সোঁৱৰাই দিব

বন্ধু,পাহৰি নাযাবা দেই

জ্যোতিৰ নামে হবা নতুন সুৰুয

যাৰ গতি পৰিধি নাই

বাধাৰ প্ৰাচীৰ ভাঙি শতৰুক বধিবা

জননীক ৰাখিবা জীয়াই

জীৱনৰে বাটত পিছলি নপৰিবা

জীৱনৰে বাটত পিছলি নপৰিবা

সাহেৰে আগুৱাই যাবা

সাহেৰে আগুৱাই যাবা

বন্ধু,পাহৰি নাযাবা দেই

বন্ধু,পাহৰি নাযাবা দেই

জীৱন নাটৰ ভাও লৈ ওমলা

স্মৃতি ৰাখিবা দেই

স্মৃতি ৰাখিবা দেই

বন্ধু,পাহৰি নাযাবা দেই

বন্ধু,পাহৰি নাযাবা দেই

পাহৰি নাযাবা দেই

পাহৰি নাযাবা দেই

পাহৰি নাযাবা দেই

Davantage de RAJIB SADIYA

Voir toutlogo