1=অ হলি খেলে
নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল
2=হলি খেলে
নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল
1=অ হলি খেলে
নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল
2=হলি খেলে
নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল
Mmmusic
Niranjan Das দাদা ৰ অনুৰোধ মৰ্মে
1=ৰাম কৃষ্ণ দুয়ো মিলি
হলি খেলাই প্ৰাণ ভৰি
2=ৰাম কৃষ্ণ দুয়ো মিলি
হলি খেলাই প্ৰাণ ভৰি
1=আ আ আ
ৰাম কৃষ্ণ দুয়ো মিলি
হলি খেলাই প্ৰাণ ভৰি
2=ৰাম কৃষ্ণ দুয়ো মিলি
হলি খেলাই প্ৰাণ ভৰি
1=লহৰে লহৰে নাচে
2=লহৰে লহৰে নাচে
1=আ আ আ
লহৰে লহৰে নাচে
2=লহৰে লহৰে নাচে
1=ব্ৰজ গোপ ৱাল হলি
খেলে ব্ৰজ চোৱাল
2=হলি খেলে
নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল
1=লহৰে লহৰে নাচে
ব্ৰজ গোপ ৱাল হলি
খেলে ব্ৰজ চোৱাল
2=হলি খেলে
নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল
হলি খেলে
নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল
Mmmusic
1=ঢোল বাজে
ধিনিক ধানাক
তালে তালে নাছে কানাই
2=ঢোল বাজে
ধিনিক ধানাক
তালে তালে নাছে কনাই
1=আ আ আ
ঢোল বাজে
ধিনিক ধানাক
*******
2=তালে তালে নাছে কনাই
1=ঢোল বাজে
ধিনিক ধানাক
তালে তালে নাছে কনাই
2=ঢোল বাজে
ধিনিক ধানাক
তালে তালে নাছে কনাই
1=ৰুণু জুণু নূপুৰ বাজে
2=ৰুণু জুণু নূপুৰ বাজে
1=আ আ আ
ৰুণু জুণু নূপুৰ বাজে
2=ৰুণু জুণু নূপুৰ বাজে
বাজে ৰে ------
2=বাজে ৰে বাজে ৰে বাজে ৰে
1=ৰুণু জুণু নূপুৰ বাজে
বাজে কৰতাল হলি
2=খেলে ব্ৰজ চোৱাল
নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল
1=আ আ আ
ৰুণু জুণু নূপুৰ বাজে
বাজে কৰতাল হলি
2=খেলে ব্ৰজ চোৱাল হলি
খেলে নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল হলি
খেলে নন্দ দুলাল হলি
খেলে ব্ৰজ চোৱাল