menu-iconlogo
huatong
huatong
avatar

Jonali Ydi Tumi জোনালী যদি তুমি

Dipen Baruah/Namita Bhattacharyahuatong
Mrinal-Medhihuatong
Lirik
Rekaman
পুৰুষ :-জোনালী যদি তুমি

মোৰ শাৰদী আকাশৰ..

জোনালী যদি তুমি

মোৰ শাৰদী আকাশৰ..

নাৰী :- সোণালী ঢৌ.....

মোৰ জোনাকী পোহৰৰ ..

মোৰ জোনাকী পোহৰৰ ..!

পুৰুষ :-জোনালী যদি তুমি

মোৰ শাৰদী আকাশৰ.. ৷

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

নাৰী :- ঢৌ যদি জোৱাৰ হয়

জোনাকে নাচে....

পুৰুষ :-জোৱাৰে যে জোনাকক

মৰম যাচে !

নাৰী :- অ’..অ’..

ঢৌ যদি জোৱাৰ হয়

জোনাকে নাচে....

পুৰুষ :-জোৱাৰে যে জোনাকক

মৰম যাচে !

দুয়ো :-মৰমে গোপনে পাতে

সপোনৰে ঘৰ !

পুৰুষ :- জোনালী যদি তুমি

মোৰ শাৰদী আকাশৰ..

জোনালী যদি তুমি

মোৰ শাৰদী আকাশৰ..

🎵🎵Mmmusic🎵🎵

🔔Follow@ MrinalMedhi

নাৰী :-মন যদি মিলি যায়

সেয়েতো মিলন..!

পুৰুষ :-পণ যদি একে হয়..

সেয়েতো জীৱন

নাৰী: অ’..অ’..

মন যদি মিলি যায়

সেয়েতো মিলন..!

পুৰুষ :- পণ যদি একে

সেয়েতো জীৱন

দুয়ো :-যৌৱনে যে ভাঙি যায়

বাধা সমুখৰ...

পুৰুষ :- জোনালী যদি তুমি

মোৰ শাৰদী আকাশৰ..

নাৰী :- সোণালী ঢৌ....

মোৰ জোনাকী পোহৰৰ ..

মোৰ জোনাকী পোহৰৰ ..!

পুৰুষ :- মোৰ শাৰদী আকাশৰ.. !

নাৰী :-মোৰ জোনাকী পোহৰৰ !

পুৰুষ :-মোৰ শাৰদী আকাশৰ.. ৷৷

Selengkapnya dari Dipen Baruah/Namita Bhattacharya

Lihat semualogo

Kamu Mungkin Menyukai