menu-iconlogo
huatong
huatong
avatar

HQ=তোমাৰ বিয়া বোলে পাতিছে

kumar bhabeshhuatong
Mrinal✊Medhihuatong
Lirik
Rekaman
তোমাৰ বিয়া

বোলে পাতিছে

চহৰৰে দৰা

আহিছে -----

তোমাৰ বিয়া

বোলে পাতিছে

চহৰৰে দৰা

আহিছে -----

শুণি হিয়া মোৰ

কপিছে ----

কলিজাতে জুই

লাগিছে ----

ৰম্ ৰম্ কৈ

পুৰিছে -----

তোমাৰ বিয়া

বোলে পাতিছে

চহৰৰে দৰা

আহিছে -----

শুণি হিয়া মোৰ

কপিছে ----

কলিজাতে জুই

লাগিছে ----

ৰম্ ৰম্ কৈ

পুৰিছে -----

কলিজাতে জুই

লাগিছে ----

ৰম্ ৰম্ কৈ

পুৰিছে -----

----Mmmusic---

---Follow@ MrinalMedhi

তুমি যাবা গৈ

নেদেখা দূৰণিলে

অচিন জনৰ মৰম

বুকুতে লবলে

***

অ' ও অ'

তুমি যাবা গৈ

নেদেখা দূৰণিলে

অচিন জনৰ মৰম

বুকুতে লবলে

পাৰিব জানো

অচিন জনে

সোন দিবলে

মই দিয়া মৰম

তোমাক প্ৰতিদিনে

ভাবি ভাবি

মন মোৰ দহিছে

বুকু দুৰু দুৰু কপিছে

কলিজাতে জুই

লাগিছে ----

ৰম্ ৰম্ কৈ

পুৰিছে -----

কলিজাতে জুই

লাগিছে ----

ৰম্ ৰম্ কৈ

পুৰিছে -----

****

তোমাৰ বিয়া

বোলে পাতিছে

চহৰৰে দৰা

আহিছে -----

শুণি হিয়া মোৰ

কপিছে ----

কলিজাতে জুই

লাগিছে ----

ৰম্ ৰম্ কৈ

পুৰিছে -----

কলিজাতে জুই

লাগিছে ----

ৰম্ ৰম্ কৈ

পুৰিছে -----

----Mmmusic---

---Follow@ MrinalMedhi

নাছিল যদিও

ধনে সোনে

মোৰ উপচি

নাছিল জানা

মৰম চেনেহৰ নাটনি

*****

অ' ও অ'

নাছিল যদিও

ধনে সোনে

মোৰ উপচি

নাছিল জানা

মৰম চেনেহৰ নাটনি

যাবা যদিও তুমি

বুকু শুদা কৰি

মোৰ ভাবনাই

কৰিবই যে আ্মনি

ভাবি ভাবি

মন মোৰ কান্দিচে

বুকু দুৰু দুৰু কপিছে

কলিজাতে জুই

লাগিছে ----

ৰম্ ৰম্ কৈ

পুৰিছে -----

কলিজাতে জুই

লাগিছে ----

ৰম্ ৰম্ কৈ

পুৰিছে -----

***

তোমাৰ বিয়া

বোলে পাতিছে

চহৰৰে দৰা

আহিছে -----

তোমাৰ বিয়া

বোলে পাতিছে

চহৰৰে দৰা

আহিছে -----

শুণি হিয়া মোৰ

কপিছে ----

কলিজাতে জুই

লাগিছে ----

ৰম ৰম কৈ

পুৰিছে -----

****

তোমাৰ বিয়া

বোলে পাতিছে

চহৰৰে দৰা

আহিছে -----

শুণি হিয়া মোৰ

কপিছে ----

কলিজাতে জুই

লাগিছে ----

ৰম ৰম কৈ

পুৰিছে -----

কলিজাতে জুই

লাগিছে ----

ৰম ৰম কৈ

পুৰিছে -----

00:01

Selengkapnya dari kumar bhabesh

Lihat semualogo

Kamu Mungkin Menyukai