গীত:তুমি মই
কণ্ঠ:নীল আকাশ,দীপলিনা ডেকা
কথা,সুৰ:ৰেকিবুল হুছেইন
সংগীত:পুলক নাথ
জয় আই অসম
F=তোমাৰ সুখতে মোৰো সুখ
জানানে নাজানা
বুকুতে বুকুৰে
উশাহৰ ঠিকনা
~~~~~~~~~•••
F=তোমাৰ সুখতে মোৰো সুখ
জানানে নাজানা
বুকুতে বুকুৰে
উশাহৰ ঠিকনা
M= তুমি যেন ঈশ্বৰৰ
এটি উপহাৰ
বুকুৰে উশাহ
হোৱা প্ৰতিবাৰ
মৰম মৰম কলিজাৰ
F=তুমি মই এটি হওঁ
বুকুতে বুকু থওঁ
মৰমবোৰ ভগাই লওঁ
দুয়োৰে...
M=তুমি মই এটি হওঁ
বুকুতে বুকু থওঁ
মৰমবোৰ ভগাই লওঁ
দুয়োৰে...
ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া
M= লাজৰে গহনা চকুতে
পিন্ধি লৈ নাচাবা...
বাৰে বাৰে
দেহৰে ধমনী সিৰাৰে
পাৰ হয় বাৰিষা....
আবেগৰে
F= ওচৰে ওচৰে তোমাৰে
থাকিলে থাকে ৰঙ...
বৰষাৰে
আশাৰে এপাহি নাহৰে
মনৰে বননি..
শুৱনি কৰে
M= তুমি যেন ঈশ্বৰৰ
এটি উপহাৰ
বুকুৰে উশাহ
হোৱা প্ৰতিবাৰ
মৰম মৰম কলিজাৰ
F=তুমি মই এটি হওঁ
বুকুতে বুকু থওঁ
মৰমবোৰ ভগাই লওঁ
দুয়োৰে...
M=অ তুমি মই এটি হওঁ
বুকুতে বুকু থওঁ
মৰমবোৰ ভগাই লওঁ
দুয়োৰে...
ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া
M= উমম মম
আতৰি আতৰি থাকিলে
উৰি যাওঁ উৰি যাওঁ
লাগে কাষলে
এটি পল যেন হয় এবছৰ
যেতিয়া তোমালৈ
মনতে পৰে
F= কাষতে নোপোৱা পৰতে
মৰি যাওঁ মৰি যাওঁ ..
কিয়নো লাগে
হাঁহিটি নুফুলে ওঁঠতে
এৰাতি আউসী..
বুকুতে বহে
M= তুমি যেন ঈশ্বৰৰ
এটি উপহাৰ
বুকুৰে উশাহ
হোৱা প্ৰতিবাৰ
মৰম মৰম কলিজাৰ
F=অ তুমি মই এটি হওঁ
বুকুতে বুকু থওঁ
মৰমবোৰ ভগাই লওঁ
দুয়োৰে...
M=তুমি মই এটি হওঁ
বুকুতে বুকু থওঁ
মৰমবোৰ ভগাই লওঁ
দুয়োৰে...