menu-iconlogo
huatong
huatong
avatar

HQ= Prem Ajoli

ZUBBEN GARGhuatong
Mrinal✊Medhihuatong
Lirik
Rekaman
প্ৰাণৰ মাধুৰী

বুটলি বুটলি

দিওঁ আহা প্ৰামাঞ্জলি

প্ৰাণৰ মাধুৰী

বুটলি বুটলি

দিওঁ আহা প্ৰামাঞ্জলি

ভকতি তেলেৰে

প্ৰদীপ জ্বলাই

ভকতি তেলেৰে

প্ৰদীপ জ্বলাই

উঠক বিশ্ব উজ্জ্বলি

প্ৰাণৰ মাধুৰী

বুটলি বুটলি

দিওঁ আহা প্ৰামাঞ্জলি

🎵🎵Mmmusic🎵🎵

পাপৰি বাইদেউৰ অনুৰোধ মৰ্মে

🔔Follow@ MrinalMedhi

তুমিয়েটো আই

তেতিয়াৰে পৰা

একেৰাহে আছা

উজ্জ্বলাই ধৰা

*****

তুমিয়েটো আই

তেতিয়াৰে পৰা

একেৰাহে আছা

উজ্জ্বলাই ধৰা

আজিও কৰাহি

কৰুণা আমাক

আজিও কৰাহি

কৰুণা আমাক

দিয়া প্ৰেমবিন্দু ধাৰি

প্ৰাণৰ মাধুৰী

বুটলি বুটলি

দিওঁ আহা প্ৰেমাঞ্জলি

🎵🎵Mmmusic🎵🎵

পাপৰি বাইদেউৰ অনুৰোধ মৰ্মে

🔔Follow@ MrinalMedhi

বিলোৱা জননী

কৰুণাৰ ৰেণু

বজোৱা জগত

বিমুহিনী বেনু

*****

বিলোৱা জননী

কৰুণাৰ ৰেণু

বজোৱা জগত

বিমুহিনী বেনু

সজাগী উঠক

শ্তব্ধ জগত

সজাগী উঠক

শ্তব্ধ জগত

মোহৰ ঢাকণি ফালি

প্ৰাণৰ মাধুৰী

বুটলি বুটলি

দিওঁ আহা প্ৰামাঞ্জলি

প্ৰাণৰ মাধুৰী

বুটলি বুটলি

দিওঁ আহা প্ৰামাঞ্জলি

ভকতি তেলেৰে

প্ৰদীপ জ্বলাই

ভকতি তেলেৰে

প্ৰদীপ জ্বলাই

উঠক বিশ্ব উজ্জ্বলি

প্ৰাণৰ মাধুৰী

বুটলি বুটলি

দিওঁ আহা প্ৰামাঞ্জলি

04:01

Selengkapnya dari ZUBBEN GARG

Lihat semualogo

Kamu Mungkin Menyukai