menu-iconlogo
huatong
huatong
avatar

Tumi Rodali

Zubleehuatong
☁☁♏€G♓🅰£€€⛅⛅huatong
Lirik
Rekaman
ছবিঃ গানে কি আনে

কন্ঠঃ জুবলী বৰুৱা

তুমি জোনাকী অমিয়া সপোন

যুগে যুগে হৈ মাথো মোৰে আপোন

তুমি তৰালিৰে নাচোন

পোহৰাই ৰাখাহি মোৰ ফাগুণ

তুমি জোনাকী অমিয়া সপোন

যুগে যুগে হৈ মাথো মোৰে আপোন

তুমি তৰালিৰে নাচোন

পোহৰাই ৰাখাহি মোৰ ফাগুণ

তুমি ৰদালি আজলি শাওঁণ

চকু মেলি চালেই নতুন নতুন

তুমি মায়াবী মেঘালী দাপোন

ঋতু আহে ঋতু যায় সপোন সপোন

কিনো মৰমে শিপালে

বাহিৰে ভিতৰে ৰঙালে

আকাশ বতাহেও জোৰে কপালে

জেতুকাৰ ৰঙেৰে বুলালে

উদুলি মুদুলি মোৰে পদুলি আজি

তুমি জোনাকী অমিয়া সপোন

যুগে যুগে হৈ মাথো মোৰে আপোন

তুমি তৰালিৰে নাচোন

পোহৰাই ৰাখাহি মোৰ ফাগুণ

জাকে জাকে আশা নামে

প্ৰাণে প্ৰাণে গায় আশাৰে

উজলায় আজি হিয়া হঠাতে

দুচকুৰে নীলাতে

আবেগৰে কাজলে

জোনাকৰে ৰাতি হৈ চমকে

কিনো মৰমে শিপালে

বাহিৰে ভিতৰে ৰঙালে

আকাশ বতাহেও জোৰে কপালে

জেতুকাৰ ৰঙেৰে বুলালে

উদুলি মুদুলি মোৰে পদুলি আজি

তুমি জোনাকী অমিয়া সপোন

যুগে যুগে হৈ মাথো মোৰে আপোন

তুমি তৰালিৰে নাচোন

পোহৰাই ৰাখাহি মোৰ ফাগুণ

বলিয়া বতাহজাকে

উৰুৱালে হিয়াকে

হেঙুলীয়া আশাৰে সোণতে

তেজে তেজে নাচিছে

বিয়পি কোহে কোহে

জেতুকাবুলীয়া মন তোমাৰে

কিনো মৰমে শিপালে

বাহিৰে ভিতৰে ৰঙালে

আকাশ বতাহেও জোৰে কপালে

জেতুকাৰ ৰঙেৰে বুলালে

উদুলি মুদুলি মোৰে পদুলি আজি

তুমি জোনাকী অমিয়া সপোন

যুগে যুগে হৈ মাথো মোৰে আপোন

তুমি তৰালিৰে নাচোন

পোহৰাই ৰাখাহি মোৰ ফাগুণ

#############################

ধন্য়বাদেৰে

☁☁♏€G♓🅰£€€⛅⛅

Selengkapnya dari Zublee

Lihat semualogo

Kamu Mungkin Menyukai