menu-iconlogo
huatong
huatong
avatar

যাযাবৰ হৈ ফুৰিছোঁ আজি

জুবিন গাৰ্গhuatong
Mrinal-Medhi🙋🙋🙋huatong
Testi
Registrazioni
জুবিন গাৰ্গ

দে ৰা না ৰা দে

যাযাবৰ হৈ ফুৰিছোঁ আজি

নালাগে লগৰি মোক

জীৱন নিৰুপায় মোৰ

নালাগে লগৰি মোক

জীবন নিৰুপায় মোৰ

যাযাবৰ হৈ ফুৰিছোঁ আজি

নালাগে লগৰি মোক

জীৱন নিৰুপায় মোৰ

নালাগে লগৰি মোক

জীৱন নিৰুপায় মোৰ

🌷🌷🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱💙💙🌱🌱💙

এন্ধাৰ ৰাতি নেজানো কিয়

অসহায় অসহায় লাগে

বেদেনা ভৰা হৃদয় খনি

নিৰৱতা ৰে জ্বলে

🌱💙💙🌱🌱🌱🌱🌷🌷🌷🌷🌷🌷🌷🌷

ওও এন্ধাৰ ৰাতি

নেজানোঁ কিয়

অসহায় অসহায় লাগে

বেদনা ভৰা হৃদয় খনি

নিৰৱতা ৰে জ্বলে

(নালাগে লগৰী মোক

জীৱন নিৰুপায় মোৰ)×2

🌷🌱🌱🌷🌷🌷🌷🌷🌷🌱🌷🌷🌷🌷🌱🌷🌷🌷🌷🌷🌱🌱🌱🌱

না ৰা ৰা ৰে দা দা ৰা ৰা

আশা হৈ ৰল

পূৰণি সোপোন

দৃষ্টিত সকলো নতুন

মাথো সময় তুমি

আঁতৰি নাযাবা

অকাৰণে উচুপি

নালাগে লগৰি মোক

জীৱন নিৰুপায় মোৰ

নালাগে লগৰি মোক

জীৱন নিৰুপায় মোৰ

যাযাবৰ হৈ ফুৰিছোঁ আজি

নালাগে লগৰি মোক

জীৱন নিৰুপায় মোৰ

ৰা ৰা ৰে -----------

--------

-------------- দে না ৰে

Altro da জুবিন গাৰ্গ

Guarda Tuttologo

Potrebbe piacerti