menu-iconlogo
huatong
huatong
avatar

Onkita || HQ

☆🎶_🅟🅡🅐🅝_🎶☆huatong
☆&🎶_🅟🅡🅐🅝_🎶&☆huatong
Testi
Registrazioni
? Onkita ?

Sankhuraj konwar

Upload by

☆?_????_?☆

উকা দুচকুৰে আঁচুতিয়া বাটেৰে

শুকুলা এজাক ডাৱৰ নামে মই চমকো

কপাহী চাদৰৰ সেমেকাআঁচল খনে

মাতে আউসীতো জোনাককে মই চমকো

উশাহৰে গ্ৰহণত

তোমাৰে চবিতে আবিৰ সানোঁ

গানতে তুমি অংকিতা দুচকুত তোমাক আকোঁ

উশাহৰে গ্ৰহণত

তোমাৰে চবিতে আবিৰ সানোঁ

গানতে তুমি অংকিতা দুচকুত তোমাক আকোঁ

তুমি দিলা দিলা দিলা ঠিকনা

অ' জীয়া জীয়া জীয়া বাসনা

মোৰ হেঙুলীয়া মনে তোমাতে

পালে সেউজীয়া মনৰ বতৰা

Music ???

দিলা দিলা দিলা ঠিকনা .....

দূৰণিৰে আকাশৰ জিলিকা তৰা ,

কাষৰতে আহি ৰ'লেহি মই চমকো,

পৰশৰ উমতে কিজানো মায়া সনা

উকা ৰাতিতে ফুলে কেতেকি মই চমকো

দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে ।

উৰি যায় মন বলাকা তোমাৰে সপোন আঁকে।

তুমি প্ৰানৰ বৰষা

সেউজী মাটিৰে সুবাস আনা ,

হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া ।।

তুমি দিলা দিলা দিলা ঠিকনা

অ' জীয়া জীয়া জীয়া বাসনা

মোৰ হেঙুলীয়া মনে তোমাতে

পালে সেউজীয়া মনৰ বতৰা ।

Thanks Pranita Kakati

Upload by

☆?_????_?☆

Altro da ☆🎶_🅟🅡🅐🅝_🎶☆

Guarda Tuttologo

Potrebbe piacerti

Onkita || HQ di ☆🎶_🅟🅡🅐🅝_🎶☆ - Testi e Cover