menu-iconlogo
huatong
huatong
avatar

Mur hiya jole

kumar bhabeshhuatong
mvisserkerrhuatong
Testi
Registrazioni
কণ্ঠশিলপী- কুমাৰ ভবেশ

আপলোড- মৃনাল মেধি

বিহুৰে বতৰত

আছা যে লুকাই

এবাৰ নেদেখিলে

বুকু নুযুৰাই

হিয়া জ্বলে

মোৰ হিয়া

জ্বলে নেদেখি তোমাক

মোৰ হিয়া জ্বলে

নেদেখি তোমাক

মুগাৰিহাৰ

সাজ পিন্ধি

আহিবানে কাষলৈ

মনৰ বহু

কথা পাতিম

মাথো তুমি আৰু মই

তোমাক নেদেখিলে

উকা উকা লাগে মন

এনেহেন বতৰতে

একোতে নবহে মন

তোমাৰ বাবে আছু ৰৈ নিজানত অকলে

বিহুৰে বতৰত

আছা যে লুকাই

এবাৰ নেদেখিলে

বুকু নুযুৰাই

হিয়া জ্বলে

মোৰ হিয়া জ্বলে

নেদেখি তোমাক

মোৰ হিয়া জ্বলে

নেদেখি তোমাক

সচি থোৱা

বহু মৰম

আনিছো সোন দিবলৈ

গাম খাৰু কেৰু মনি আনিছো সোন তোমালৈ তোমাৰ মুখ খনি

যে বহু দিন দেখা নাই

তুমিতো নেজানা

কেনেকৈ আছু জীয়াই

আজি উতলা মোৰ মন তোমাকেই চাবলৈ

হিয়া জ্বলে

বিহুৰে বতৰত

আছা যে লুকাই

এবাৰ নেদেখিলে

বুকু নুযুৰাই

হিয়া জ্বলে

মোৰ হিয়া জ্বলে

মোৰ হিয়া জ্বলে

নেদেখি তোমাক

নেদেখি তোমাক

মোৰ হিয়া জ্বলে

নেদেখি তোমাক

মোৰ হিয়া জ্বলে

নেদেখি তোমাক

(ধন্যবাদ আকৌ আহিম পুৰণি সংগীত লৈ)

Altro da kumar bhabesh

Guarda Tuttologo

Potrebbe piacerti