menu-iconlogo
huatong
huatong
Testi
Registrazioni
বহাগৰ বৰষূণ বিৰিষে বিৰিখে

বিয়পিলে মৰমৰ মলমে মৰহা

মনকে মিচিকালে পৰানৰ পিয়াহক

প্ৰণয়ৰ পানীৰে পুৰাবলে নিমাতী

নিজানতে নতুন

নুপুৰে নিজে নাচে

ঠেহ পাতি থৰ লগা থোপাথুপি

থোৰবোৰে লজুকিয়া লহমাতে

লহপহালে লাহেকে গ ভীৰৰে

গভীৰতে ণ্ডণণ্ডণ গানবোৰে

সোধে মাথোঁ কেনে আছা তুমি

ৰ'দ লৈ ৰৈ থকা ৰাগবোৰে ৰিঙিয়ালে

শাঁত পৰি শুই থকা সোঁৱৰণী

সোঁৱৰিলে জিৰণিৰে জুৰ লৈ

জাগি থকা জীউটোৱে সোধে

মাথোঁ কেনে আছা তুমি

সোণপৰুৱা সোণ মোৰ

সোণণ্ডটি সোণালী

তৰাফুটুকী তিৰবিৰণী

তুমি তুমি তৰালি

বনৰীয়া বনকোঁৱৰৰ

বুকুৰ বকুল বুটলি

চকুৰ চুকতে চেনেহ চহালে

চিলনীৰে ছোৱোলী

ঠেহ পাতি থৰ লগা থোপাথুপি

থোৰবোৰে লজুকিয়া লহমাতে

লহপহালে লাহেকে গ ভীৰৰে

গভীৰতে ণ্ডণণ্ডণ গানবোৰে

সোধে মাথোঁ কেনে আছা তুমি

ৰ'দ লৈ ৰৈ থকা ৰাগবোৰে ৰিঙিয়ালে

শাঁত পৰি শুই থকা সোঁৱৰণী

সোঁৱৰিলে জিৰণিৰে জুৰ লৈ

জাগি থকা জীউটোৱে সোধে

মাথোঁ কেনে আছা তুমি

Altro da Papon/Sannidhya Bhuyan/Aarxslan/Rahul Gautam Sharma

Guarda Tuttologo

Potrebbe piacerti