menu-iconlogo
huatong
huatong
avatar

Jogot Puhor Kori

জুবিন গাৰ্গhuatong
☆Dr.hemant☆সুৰবাহিনীhuatong
歌詞
レコーディング
জগত পোহৰ কৰি

কণ্ঠ/সংগীত/কথা :জুবিন গাৰ্গ

Track: Dr.hemant.সুৰবাহিনী

* * * * * *

জগত পোহৰ কৰি আহিব প্লাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱন

জগত পোহৰ কৰি আহিব প্লাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱন

নিকা হ’ব সমাজ

শেষ হব এই পাপ

নিকা হ’ব সমাজ

শেষ হব এই পাপ

ফুলি ৰ’ব প্ৰেম শতদল

জগত পোহৰ কৰি আহিব প্লাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱন

* * * (সংগীত বিৰতি) * * *

লিখা হ’ব আকৌ নতুন ইতিসাহ

ভণ্ড সমাজৰ হ’ব পৰিসাহ

লিখা হ’ব আকৌ নতুন ইতিসাহ

ভণ্ড সমাজৰ হ’ব পৰিসাহ

মাতৃৰ আঁচলত নামিবহি পৰভাত

মাতৃৰ আঁচলত নামিবহি পৰভাত

হিংসাৰ জুই হ’ব ম্লান

জগত পোহৰ কৰি আহিব প্লাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱন

* * * (সংগীত বিৰতি) * * *

উপজিব দেৱজাত দিব পৰিত্ৰাণ

দুচকুত শান্তিৰ শিখা অনির্বাণ

উপজিব দেৱজাত দিব পৰিত্ৰাণ

দুচকুত শান্তিৰ শিখা অনির্বাণ

মানৱ প্ৰেমৰ কণা

পাৰিজাত ফুল হৈ

মানৱ প্ৰেমৰ কণা

পাৰিজাত ফুল হৈ

বৰষিব আইৰ চৰণত

জগত পোহৰ কৰি আহিব প্লাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱন

জগত পোহৰ কৰি আহিব প্লাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱন

নিকা হ’ব সমাজ

শেষ হব এই পাপ

নিকা হ’ব সমাজ

শেষ হব এই পাপ

ফুলি ৰ’ব প্ৰেম শতদল

জগত পোহৰ কৰি আহিব প্লাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱন

আঁতৰাব অমানিশা

বধিব ৰাৱন

জুবিন গাৰ্গの他の作品

総て見るlogo

あなたにおすすめ