menu-iconlogo
huatong
huatong
avatar

Hale jale o

Dipen Boruahuatong
Kongkon🎤🎶🎵huatong
歌詞
収録
Dipen Borua evergreen song

অ'..অ'...অ'...

অ'..অ'...অ'...

অ'অ'.. .অ'...অ'..অ'...

অ'... হালে জালে অ' লাহী বিৰিণা

উৰনীয়া কৰে গা

হালে জালে অ' লাহী বিৰিণা

উৰনীয়া কৰে গা

জিৰায় অ' তাতে জিৰায়

গাতে লগাই ক'ৰে  বা

অ'... হালে জালে অ লাহী বিৰিণা

উৰনীয়া কৰে গা

Vocal removed and uploaded by

"Konkon"

ৰিণিকি ৰিণিকি জিলিকি চকী

দেখা দি নেদেখা হয়

বাঁহৰে আগলি কৰে জিলিমিলি

ৰ'দে আকোঁৱালি লয়

নৈ চেঙেলীয়া জাঁজী বনৰীয়া

নৈয়ে নৈয়ে উটি যা...

জিৰায় অ' তাতে জিৰায়

গাতে লগাই ক'ৰে  বা

অ'... হালে জালে অ লাহী বিৰিণা

উৰনীয়া কৰে গা

হালে জালে অ লাহী বিৰিণা

উৰনীয়া কৰে গা

vocal removed and uploaded by "Kongkon"

উকিয়াই উকিয়াই দি যাঁও সঁকীয়াই

কৈ যাঁও মনৰে কথা

শুন কি নুশুন বুকুৰে ৰিঙি মোৰ

শুন কি নুশুন বেথা

মৰম আকলুৱা ফুৰো পিছে পিছে

গাৰে লগৰে ছাঁ...

জিৰায় অ' তাতে জিৰায়

গাতে লগাই ক'ৰে  বা

অ'... হালে জালে অ লাহী বিৰিণা

উৰনীয়া কৰে গা

Dipen Boruaの他の作品

総て見るlogo

あなたにおすすめ