menu-iconlogo
huatong
huatong
avatar

Tumi Aru Moi

Iliad/Nibir X/Jeet Mahantahuatong
memomoatazhuatong
歌詞
収録
ৰাধাৰ সাজত বৃন্দাবনত কৃষ্ণৰ বাঁহী লৈ

উলাহেৰ তুমি আৰু মই

বাঁহীৰ সুৰত তুমি আহি কাষতে মোৰ ৰৈ

বোৱালাহি প্ৰণয়ৰে নৈ

বলা আমি বহু দূৰত উৰি গুচি যাওঁ

দুয়ো মিলি ৰাসৰে লীলাকেই ৰচি যাওঁ

অ ৰাধা তুমি মোৰেই প্ৰিয় হৈ থাকিবা

আমাৰ প্ৰেমৰ লীলা সকলোকে শুনাবা

ৰাধাৰ সাজত বৃন্দাবনত কৃষ্ণৰ বাঁহী লৈ

উলাহেৰ তুমি আৰু মই

বাঁহীৰ সুৰত তুমি আহি কাষতে মোৰ ৰৈ

বোৱালাহি প্ৰণয়ৰে নৈ

ৰাধা ৰাধা তুমি আৰু মই

ৰাধা ৰাধা তুমি আৰু মই

ৰাধা ৰাধা তুমি আৰু মই

ৰাধা ৰাধা তুমি আৰু মই

গোটেই গোপী বোৰৰ মাজত প্ৰিয় মইয়ে

বাৰু শুনিছানে ৰাধা তুমি

অ মোক আনৰ লগত দেখি তোমাৰ বাৰু

হিয়া জ্বলা পুৰা কৰে নেকি

কিমান আৰু হিয়াৰ ভাবনাবোৰ ৰখাবা

নোলুকুৱাবা তোমাৰ মূলৈ ভালপোৱা

কেনেদৰে বুজাও তুমিয়ে মোৰ প্ৰেমৰ প্ৰতিমা

আজীৱন তোমাৰ নামকে লম বাঁহীৰ সুৰত জানা

ৰাধাৰ সাজত বৃন্দাবনত কৃষ্ণৰ বাঁহী লৈ

উলাহেৰ তুমি আৰু মই

বাঁহীৰ সুৰত তুমি আহি কাষতে মোৰ ৰৈ

বোৱালাহি প্ৰণয়ৰে নৈ

Iliad/Nibir X/Jeet Mahantaの他の作品

総て見るlogo

あなたにおすすめ