menu-iconlogo
huatong
huatong
avatar

Radhachura || Prabin Bora

Prabin borahuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
歌詞
収録
গীত : ৰাধাচূড়াৰ ফুলৰ পাহিত

কণ্ঠ : প্ৰবীন বড়া

কথা,সুৰ : দিগ দিগন্ত

সংগীত : দেৱব্ৰত দত্ত

জয় আই অসম

ৰাধাচূড়াৰ

ফুলৰ পাহিত

জিলিকে তোমাৰে মুখ

বকুৱেদি

বাগৰে

অময়া অময়া সুখ

প্ৰেমৰ সুৰভি তাতেই

এপাহ দুপাহ সৰে

এবাৰ চকুৰে চালেই

হৃদয় মোৰ শাত পৰে

ৰাধাচূড়াৰ

ফুলৰ পাহিত

জিলিকে তোমাৰে মুখ

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

শুকুলা ডাৱৰ

প্ৰণয় বাখৰ

গালে মুখে ৰং সানে

ছায়া পোহৰ

দৰদী আখৰ

বুকুতে গোপনে বাগৰে

শুকুলা ডাৱৰ

প্ৰণয় বাখৰ

গালে মুখে ৰং সানে

ছায়া পোহৰ

দৰদী আখৰ

বুকুতে গোপনে বাগৰে

কোনোবা নদীৰ ঘাটত

সাৰ পায় কাৰ মাতত

কোনোবা নদীৰ ঘাটত

সাৰ পায় কাৰ মাতত

ৰাধাচূড়াৰ

ফুলৰ পাহিত

জিলিকে তোমাৰে মুখ

Track Request : 13315494135

Prabin boraの他の作品

総て見るlogo

あなたにおすすめ