menu-iconlogo
huatong
huatong
rajib-sadiya-gaon-khoni-nagar-hol-by-mukesh-kachari-cover-image

Gaon khoni nagar hol by Mukesh kachari

RAJIB SADIYAhuatong
100024005437huatong
歌詞
収録
Gaon Khoni Nagar Hol

Rajib Sadiya

Smule Upload : Pranjyoti Bordoloi

গাওঁখনি নগৰ হ'ল ভাল কথা বৰ

মন বোৰো বহল হ'ল আমাৰ মানুহৰ

গাওঁখনি নগৰ হ'ল ভাল কথা বৰ

মন বোৰো বহল হ'ল আমাৰ মানুহৰ

সমাজখনে ললে গতি সময় সূঁতত উটি

ডাঙৰ মানুহ হব লাগে আমাক ৰাতা ৰাতি

বোলো বাপ জগতৰে গুৰুজনা থকা হ'লে আজি

আকৌ এবাৰ কলে হেতেন হৰি নামেই গতি

আমাক আৰু কথা এটি কলে হেতেন ভাঙিপাতি

নাখায় নবয় মৰিম এদিন নকৰিলে খেতি

নাখায় নবয় মৰিম এদিন নকৰিলে খেতি

গৰু বিহু পাতো পিছে গোহালিতে গৰু নাই

ঐ কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই

গৰু বিহু পাতো পিছে গোহালিতে গৰু নাই

ঐ কাতি বিহু পাতো পিছে পথাৰতে চাকি নাই

মাঘৰ বিহুত নাপাহৰো বনাবলৈ মেজি

ভোগালিতো বিহু নাচো ভেলাঘৰ সাজি

বোলো বাপ জগতৰে গুৰুজনা থকা হ'লে আজি

আকৌ এবাৰ কলে হেতেন হৰি নামেই গতি

আমাক আৰু কথা এটি কলে হেতেন ভাঙিপাতি

নাখায় নবয় মৰিম এদিন নকৰিলে খেতি

নাখায় নবয় মৰিম এদিন নকৰিলে খেতি

আধিখেতিৰ গুটি ধানেই বেচো বাৰ মোন

শাওনৰে গেলা বোকাত নামিবনো কোন

আধিখেতিৰ গুটি ধানেই বেচো বাৰ মোন

শাওনৰে গেলা বোকাত নামিবনো কোন

আৰামত বহি বহি দুবেলা খাই দুসাঁজি

দেহাৰ ওজন বঢ়ালো জান তেৰ কেজি

বোলো বাপ জগতৰে গুৰুজনা থকা হ'লে আজি

আকৌ এবাৰ কলে হেতেন হৰি নামেই গতি

আমাক আৰু কথা এটি কলে হেতেন ভাঙিপাতি

নাখায় নবয় মৰিম এদিন নকৰিলে খেতি

নাখায় নবয় মৰিম এদিন নকৰিলে খেতি

নাখায় নবয় মৰিম এদিন নকৰিলে খেতি

Share

RAJIB SADIYAの他の作品

総て見るlogo

あなたにおすすめ