menu-iconlogo
logo

Hiyat apahi gulap

logo
歌詞
হিয়াৰ এপাহি গোলাপ

KOHINOOR Theatre (2013)

Zubeen Garg Priyanka.

অ…নানানা নানা

শোণিতৰে সোঁতে সোঁতে

বয় তোমাৰে নাম

কলিজাৰে আশে পাশে

তোমালৈয়ে মৰম

ৰ'দে জোনাকে চুই থাকে

প্রণয় কোলাত

অ' অ' অ' অ' অ' অ'

হিয়াৰ এপাহি গোলাপ

হিয়াৰ এপাহি গোলাপ...

শোণিতৰে সোঁতে সোঁতে

বয় তোমাৰে নাম

কলিজাৰে আশে পাশে

তোমালৈয়ে মৰম

ৰ'দে জোনাকে চুই থাকে

প্রণয় কোলাত

অ' অ' অ' অ' অ' অ'

হিয়াৰ এপাহি গোলাপ

হিয়াৰ এপাহি গোলাপ...

Music...

ক'ব নোৱাৰো বাবেই সিৰাম

গাৰু বুকুতে

জ্বলাব নোৱাৰো বাবেই সিমান চেনেহ বুকুতে

ক'ব নোৱাৰো বাবেই সিৰাম

গাৰু বুকুতে

জ্বলাব নোৱাৰো বাবেই সিমান চেনেহ বুকুতে

দুপৰৰ খবৰত নিশাৰো বতৰাত

সিৰে ৰ'বা পৰত

দুভৰিৰ দুখোজত

দৰদি ভাৱনাৰে খং ভালপোৱা

দৰদি ভাৱনাৰে খং ভালপোৱা

অ' অ' অ' অ অ অ

হিয়াৰ এপাহি গোলাপ

হিয়াৰ এপাহি গোলাপ

শোণিতৰে সোঁতে সোঁতে

বয় তোমাৰে নাম

কলিজাৰে আশে আশে পাশে

তোমালৈয়ে মৰম

ৰ'দে জোনাকে চুই থাকে

প্রণয় কোলাত..

অ' অ' অ' অ' অ' অ'

হিয়াৰ এপাহি গোলাপ

হিয়াৰ এপাহি গোলাপ

Thanks.

Regards

Hiyat apahi gulap by Zubeen Garg/Priyanka Bharali - 歌詞&カバー