menu-iconlogo
huatong
huatong
歌詞
収録
যৌৱনৰে বলিয়া বা গাতে লগালো

অকলে অকলে থাকো কেনেকৈ বাৰু

(অ সোণাৰু বুকুৰ বেথা বুজনে বাৰু)২

(পিৰিতিৰে পছোৱাই মন মোৰ নচোৱাই)২

কি কৰো ক'ব নোৱাৰো

অ সোণাৰু কি কৰো কবিনে

(লগৰী জীৱনৰ মই ক'তে বিচাৰো)২

মৰম আছে হিয়াজুৰি দিব নোৱাৰো

ছিলমিল টোপনিতে সাবতো গাৰো

(অ মইনাজান তোমাৰ মৰম বিচাৰি মৰো)২

(দিন যায় ৰাতি নাযায় পামনে ইয়াৰ উপায়)২

কি কৰো ক'ব নোৱাৰো

অ সোণাৰু কি কৰো কবিনে

(বুকুৰে মৰম বুকুতে সামৰো)২

ফাগুনৰে চিলা উৰাদি উৰি ফুৰো

যৌৱনৰে বলি আমি এয়াই নে বাৰু

(কি হ'বগৈ এনেকৈ মোৰ কব নোৱাৰো)২ ঐ

(মৰমৰে মিছিছিপি বুকুৱেদি বাগৰি)২

যাব ক'লৈনো বাৰু

অ সোণাৰু কি কৰো কবিনে

(লগৰী জীৱনৰ মই ক'তে বিছাৰো)২

ভাবনাৰে থিয় গৰাত খোপনি ধৰো

তুমি নহলে ময়ো হ'ব নোৱাৰো

(অ মইনা জান বুকুতে মই ধুমোহা মোৰো)২

(আবেগৰ লুকাভাকু কলিজাত কিমান ৰাখো)২

হবাহিনে বাৰু

অ সোণাৰু বিছাৰো জাননে

(চেনাইৰে ঠিকনা হ'ব ঠিকনা মোৰো)৪

{মিগাং মৃন্ময় মিলি

গাওঁ-বিহগুৰি, ডাক-কামদেৱাল

জিলা-শোণিতপুৰ(অসম), পিন-৭৮৪১৬৯

ফোন-৯৫৭৭০০৬৩৫৬, ৮৪০৪০৯৬৪৯৮; ৮৫৫৭৯৩৫১৪১}

Zubeen Garg/Ritrishaの他の作品

総て見るlogo

あなたにおすすめ