menu-iconlogo
huatong
huatong
avatar

Xun Mur Tumake Jukam... track by Mridupaban

Jubin Garghuatong
🍁MRIDUPABAN🍁huatong
가사
기록
সোন মোৰ তোমাকে জোকাম bihu track by Mridupaban.

Male- সোন মোৰ তোমাকে জোকাম

চকুৰপতা সেমেকিলে ওঁঠৰ উমে তপতাম

সোন মোৰ তোমাকে জোকাম

চকুৰপতা সেমেকিলে ওঁঠৰ উমে তপতাম

অভিমান কৰিলে মিছাই

বুজাব নোৱাৰি ভাষাই

দুবাহুৰ মাজতে শুৱাম

বুকুতে মূৰ গুজি

নাযাবা টোপনি

ৰাতি উজাগৰে কটাম

মোৰ সোণ ঐ সোণ

ৰাতি উজাগৰে কটাম

Female-হাঁহিৰে মইও হঁহুৱাম

সুখে ভৰা বেলিকাটো মৰমেৰে কন্দুৱাম

হাঁহিৰে মইও হঁহুৱাম

সুখে ভৰা বেলিকাটো মৰমেৰে কন্দুৱাম

উচুপি উঠিলে হিয়াই

কথাৰেই মন ফুচুলাই

তোমাৰেই বুকুতে সোমাম

মূৰত দিবা তুমি

আঙুলিৰ বুলনী

ৰাতি উজাগৰে কটাম

মোৰ সোন ঐ সোন

ৰাতি উজাগৰে কটাম

Plz follow MRIDUPABAN I'd 13303423535.

Male- সোন ঐ সোন সোণৰ পৃথিৱী খন

কিয় কঁপি উঠে অকণমান অন্তৰখন

দুচকুৰ অবুজ ভাষাই

লাজুকী ওঠৰে ছুমাই

তোলে ফুলক কৰে বাণ...

মনৰ উচপোচনী

বুকুৰে পুৰণি

দেহত পিৰীতিৰে উজান মোৰ সোন ঐ সোন

দেহত পিৰীতিৰে উজান

Female- ৰং ঐ ৰং ৰঙেৰে ভৰা যৌৱন

সুখত বুৰিৰোৱা কিযে মধু মিলন

অ বুকুৰে কথাটি শুনাই

কানে কানে গুনেগুণাই

দিয়ে মোক মনেৰে উমান

যায় মৌ বৰসি

দেহাতি পৰশি

পিছলে আচলৰ বান্ধ মোৰ সোন ঐ সোন

পিছলে আচলৰ বান্ধ

মোৰ সোন ঐ সোন

পিছলে আচলৰ বান্ধ

It's a MRIDUPABAN'S uploaded bihu track.

Jubin Garg의 다른 작품

모두 보기logo

추천 내용