menu-iconlogo
huatong
huatong
avatar

Ujoti khabi sabi

Krishnamoni Nathhuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
가사
기록
উজুটি খাবি চাবি

এলবাম : তোমাকে দেখো প্ৰিয়া

কণ্ঠ : কৃষ্ণমণি নাথ

সংগীত : অভিজিৎ বর্মন

কথা : অভিজিৎ বর্মন , মৃণালকান্তি মেধি

ষ্টাৰমেকাৰ আপলোড :BIJIT_শিৱসাগৰীয়া

জয় আই অসম

উজুটি খাবি চাবি

লাহেকৈ খোজ পেলাবি

লাহিকৈ দেহাটিকে

ঘূণে তই নধৰাবি

অ' ভনী তৰাদৈ

ক'চোন মোক সঁচাকৈ

ন'কলে তই মনৰ কথা

বুকুখনি চমেচমাই

কূটে কূটাই পিৰে পিৰাই

ধপে ধপাই উঠে ঐ

বাঢ়নী পানী আহি

মৰমৰে মথাউৰি

ভাঙি নিব চাবি ঐ

উজুটি খাবি চাবি

লাহেকৈ খোজ পেলাবি

লাহিকৈ দেহাটিকে

ঘূণে তই নধৰাবি

?

কোনে দিব তৰাদৈ তোৰ

কঁপালতে ৰঙা ফুট

ভাগ্যতে আছে যদি

আপোন কৰি আনিম তোক

কোনে দিব তৰাদৈ তোৰ

কঁপালতে ৰঙা ফুট

ভাগ্যতে আছে যদি

আপোন কৰি আনিম তোক

তয়ো দিবি সঁহাৰি মোক

তেহে হ'বি লগৰী মোৰ

সমাজকে কাটি কৰি

চপাই ল'ম ঐ তৰা তোক

তয়ো দিবি সঁহাৰি মোক

সমাজকে কাটি কৰি

চপাই ল'ম ঐ তৰা তোক

উজুটি খাবি চাবি

লাহেকৈ খোজ পেলাবি

লাহিকৈ দেহাটিকে

ঘূণে তই নধৰাবি

অ' ভনী তৰাদৈ

ক'চোন মোক সঁচাকৈ

ন'কলে তই মনৰ কথা

বুকুখনি চমেচমাই

কূটে কূটাই পিৰে পিৰাই

ধপে ধপাই উঠে ঐ

বাঢ়নী পানী আহি

মৰমৰে মথাউৰি

ভাঙি নিব চাবি ঐ

উজুটি খাবি চাবি

লাহেকৈ খোজ পেলাবি

লাহিকৈ দেহাটিকে

ঘূণে তই নধৰাবি

?

বাৰিৰে তামোল বেচি

তোলৈ আনিম পাটৰ সাজ

লাহি চাউল নাথাকিলেও

গোটাম মই এমুঠি ভাত

বাৰিৰে তামোল বেচি

তোলৈ আনিম পাটৰ সাজ

লাহি চাউল নাথাকিলেও

গোটাম মই এমুঠি ভাত

তৰা তই নকৰিবি

হেলা মোক যাৱ যদি

আঁতৰি তই পাবি জানো

মনতে ঐ কিবা সুখ

আনৰ কথা নুশুনিবি

নাভাবিবি নামানিবি

এৰি থৈ নাযাবি মোক

উজুটি খাবি চাবি

লাহেকৈ খোজ পেলাবি

লাহিকৈ দেহাটিকে

ঘূণে তই নধৰাবি

অ' ভনী তৰাদৈ

ক'চোন মোক সঁচাকৈ

ন'কলে তই মনৰ কথা

বুকুখনি চমেচমাই

কূটে কূটাই পিৰে পিৰাই

ধপে ধপাই উঠে ঐ

বাঢ়নী পানী আহি

মৰমৰে মথাউৰি

ভাঙি নিব চাবি ঐ

উজুটি খাবি চাবি

লাহেকৈ খোজ পেলাবি

লাহিকৈ দেহাটিকে

ঘূণে তই নধৰাবি

অ' ভনী তৰাদৈ

ক'চোন মোক সঁচাকৈ

ন'কলে তই মনৰ কথা

বুকুখনি চমেচমাই

কূটে কূটাই পিৰে পিৰাই

ধপে ধপাই উঠে ঐ

বাঢ়নী পানী আহি

মৰমৰে মথাউৰি

ভাঙি নিব চাবি ঐ

উজুটি খাবি চাবি

লাহেকৈ খোজ পেলাবি

লাহিকৈ দেহাটিকে

ঘূণে তই নধৰাবি

উজুটি খাবি চাবি

লাহেকৈ খোজ পেলাবি

লাহিকৈ দেহাটিকে

ঘূণে তই নধৰাবি

উজুটি খাবি চাবি

লাহেকৈ খোজ পেলাবি

লাহিকৈ দেহাটিকে

ঘূণে তই নধৰাবি

Krishnamoni Nath의 다른 작품

모두 보기logo

추천 내용