গীত : জীৱনত মই
কণ্ঠ : মৌচম গগৈ
এলবাম : মন ফাগুনী
জয় আই অসম
জীৱনত মই
লিখি থৈ যাম এখন
উপন্যাস
তাতে থাকিব
তোমাৰ মোৰ ভালপোৱাৰ
ইতিহাস
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
জীৱনত মই
লিখি থৈ যাম এখন
উপন্যাস
তাতে থাকিব
তোমাৰ মোৰ ভালপোৱাৰ
ইতিহাস
Chouras!
তুমিও পঢ়িবা
পঢ়িলেই বুজিবা
দেহা ঐ
কিমান গভীৰ আছিল মৰমবোৰ
কিমান গভীৰ আছিল মৰমবোৰ
( ꈍᴗꈍ)( ꈍᴗꈍ)( ꈍᴗꈍ)( ꈍᴗꈍ)
লিখনীৰে মই পাতনিতে লিখিম
তোমাৰ নাম
তাতে থাকিব তোমাৰ মৰম
আৰু অভিমান
Chouras!
ভালেকৈ পঢ়িবা
পঢ়ি নকৰিবা
দেহা ঐ
মোৰ মৰমবোৰক উপহাস
মোৰ মৰমবোৰক উপহাস
Track request : D.j Lakhimpuriya
সপোনতে মই
সদাই দেখা পোৱা ছবিবোৰ
দিঠকতে মোৰ
হৈয়ে ৰলা আজিও
বহুদুৰ
Chouras!
জীৱনী বোলোনে
বুলি মোৰ কাহিনী
দেহা ঐ
সোঁৱৰণীৰ শুনো মিঠাসুৰ
সোঁৱৰণীৰ শুনো মিঠাসুৰ
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
আৱেগতে মই
যদি ওলাওগৈ মই
তোমাৰ কাষ
মাতিবানে নে নাই
তোমাৰ মৰমসনা এষাৰ মাত
Chouras!
অতীতৰে মৰম
দিব মোক নালাগে
দেহা ঐ
চাইয়ে তোমাক হিয়া
পেলাম জুৰ
চাইয়ে তোমাক হিয়া
পেলাম জুৰ
চাইয়ে তোমাক হিয়া
পেলাম জুৰ
অ দেহা অ
কিমান গভীৰ আছিল
মৰমবোৰ !