menu-iconlogo
huatong
huatong
가사
기록
f/নংচেঙ নান ঐ ৰিডে

নংচেঙ নান ঐ ৰিডে

ন কানহন নান খাম

নংচেঙ নান ঐ ৰিডে

m/নংচেঙ নান ঐ ৰিডে

নংচেঙ নান ঐ ৰিডে

অ কানহন য়ে চেঙ

নংচেঙ নান ঐ ৰিডে

অ কানহন নান খাম

নংচেঙ নান ঐ ৰিডে

m/অ চকুত চকু পৰি

মৰম লাগি যায় যদি

হায় ঐ দেহী কলিজা

বেয়া নেপাবি দেই

f/উমম হিয়াতে হিয়া ৰাখি

যদি কও ভালপাও বুলি

অ মইনা কলিজা

বেয়া নেপাবি দেই

m/মোৰ সপোন তোকেহে লৈ

মোৰ মৰম তোলৈকে বয়

হাঁহি হাঁহি যদি

কৈ দিও খুলি

তইয়ে মোৰ লগৰী বুলি

বেয়া নেপাবি দেই

গালি নিদিবি দেই...

f/অ চকুত চকু পৰি

মৰম লাগি যায় যদি

হায় ঐ মইনা কলিজা

বেয়া নেপাবি দেই !

m/লুকাভাকু খেলিছে

অবুজ প্ৰণয়ে...

আৰে আৰে হাঁহিছে,

নিলাজ হৃদয়ে...

f/দুৰে দুৰে নাচিছে

ৰংসনা যৌৱনে...

বাৰে বাৰে মাতিছে

তোকে কিবা কবলে

m/মোৰ সপোন তোকেহে লৈ

মোৰ মৰম তোলৈকে বয়

f/মনে মনে যদি

তোৰে ছবি আঁকি

মোৰ বুকুতে থও সাঁচি

বেয়া নেপাবি দেই

গালি নিদিবি দেই...

m/অহো অ অ

চকুত চকু পৰি

মৰম লাগি যায় যদি

হায় ঐ দেহী কলিজা

বেয়া নেপাবি দেই

m+f/অ অ হিয়াতে হিয়া ৰাখি

যদি কও ভালপাও বুলি

অ মইনা কলিজা

বেয়া নেপাবি দেই...

কোৰাছ-অ অ থুপি থুপি তৰালি

আকাশতে ওলালি

জোনাকৰে কিনো ৰং সানিলি

বুকুৱে বুকুৱে প্ৰেমৰে উৰুলি

নাচি বাগি যৌৱনৰে ধেমালী

থুপি থুপি তৰালি

আকাশতে ওলালি

জোনাকৰে কিনো ৰং সানিলি

বুকুৱে বুকুৱে প্ৰেমৰে উৰুলি

নাচি বাগি যৌৱনৰে ধেমালী

m/হাবু ডুবু প্ৰেমতে

আৱেগে খেলিছে~~~~

জাকে জাকে জোনাকে

তোকেই মাতি আনিছে

f/লাহে লাহে আহিছো

তোৰেই আপোন হবলে

ওঠে ওঠে আঁকিছো

উতলা উশাহতে

m/সৌ আকাশে

তোকেহে চাই ৰয়

দিপলিপ মলয়াই

তোৰেই কথা কয়

f/হাঁহি হাঁহি যদি

কৈ দিও খুলি

মই তোৰ হম লগৰী বুলি

গালি নিদিবি দেই

বেয়া নেপাবি দেই...

Neel Akash/papori gogoi의 다른 작품

모두 보기logo