menu-iconlogo
huatong
huatong
avatar

Best Of Bijoy Bhuyan & Luna Sonowal Mashup

Nilakshi Changkakoti/Jayashri Devihuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
가사
기록
Best Of Bijoy Bhuyan

& Luna Sonowal Mashup

Singer : Nilakshi ChangKakoti, Jayashri Devi

জয় আই অসম

Pt1=অ মোৰ ঢুলীয়া

ঢোলটি ভালেকৈ বা

অ মোৰ ঢুলীয়া

উলাহতে নাচিছে গা

তোৰ ঢোলৰে চাপৰত

ৰব মই নোৱাৰো

ইচাটি বিচাটি ঐ জান

ৰাই জাই লাগিছে গা

Pt2=অ মোৰ ঢুলীয়া

ঢোলটি ভালেকৈ বা

অ মোৰ ঢুলীয়া

উলাহতে নাচিছে গা

তোৰ ঢোলৰে চাপৰত

ৰব মই নোৱাৰো

ইচাটি বিচাটি ঐ জান

ৰাই জাই লাগিছে গা

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

Pt1=মাকন বিহুৱান বৈছনে নাই

মাকন নাচনী সাজিছনে নাই

বিহুৰ তলিতে

ঢোল পেঁপা বাজিছে

ঢুলীয়া মই সাজিছো

কাষলৈ তোক মাতিছো

আহ...ঐ জান

পিৰিতী লগাই নাম

মাকন বিহুৱান বৈছনে নাই

Track Request : JUNMANI সুৰসপ্তক

Pt2=দুৰু দুৰু কৈ কঁপে

আলসুৱা মোৰ মন

নাপালে বতৰা চেনাই তোৰ

মন হয় উচাটন

বহাগৰ বলিয়া বতাহজাকে

আমনি দি যায়

চেনাই তোৰ পেঁপাৰ মাতে

মোক মাতে ৰিঙিয়াই

এ মন উৰি যায় ঐ

এ মন উৰি যায়

Pt1=তাকে শুনি কুলিটিয়ে

গীত গাই মোক জোকাই

এ লাজ লাগি যায় ঐ

এ লাজ লাগি যায়

Track Upload : BIJIT_শিৱসাগৰীয়া

Pt1= তুমি মোৰ আকাশৰ জোন

জোনালী হাঁহি

মিঠা মিঠা শিহৰণ হৈ

জগালা আহি...

জগালা আহি..

ট্ৰেক অনুৰোধ : JUNMONIসুৰসপ্তক

Pt2=কলিজা কাঢ়িলি

মৰমবোৰ লগাই

হিয়াখনো ভাঙিছ

পিৰিতি লগাই

সোণাই একোতে নবহে

উৰণীয়া মন

সোণাই তোৰেহে কাষলৈ

এই বেলি পন

ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া

Pt1=ৰিমঝিম ৰিমঝিম বৰষুণ

টোপা টোপে সৰে

অজানিতে চেনাই মোৰ

তোলৈ মনত পৰে

নুবুজা ....শিহৰণ

নুবুজা....শিহৰণ

আহিবিনে যাচিবলে

মৰম বোৰ বুকুতে

আহিবিনে যাচিবলে

মৰম বোৰ গুপুতে

Track Request : JUNMONIসুৰসপ্তক

Pt2=কিনো মায়াৰে

বান্ধিলা মোৰ চিত

একোতে নবহে মন

মোকে শুনাই গোৱা

এটি মিঠা গীত

নোৱাৰো বান্ধিব মন

ৰং ৰং ৰঙেৰে মন উতলা

মৰম সুৰেৰে মোক বান্ধিলা

কিনো মায়াৰে

বান্ধিলা মোৰ চিত

একোতে নবহে মন

Track Upload - BIJIT_শিৱসাগৰীয়া

Pt1=অ মোৰ তৰামাই

অ মোৰ তৰামাই

আজিৰ বিহুৰ তলিত

তোকে দেখা নাই

~~~~~~••••

এনে দিনতো মোলৈ কিয়

মনত পৰা নাই

বিহু দিনতো মোলৈ জানো

মনত পৰা নাই

both= এনে দিনতো মোলৈ জানো

মনত পৰা নাই

বিহু দিনতো মোলৈ কিয়

মনত পৰা নাই !

Nilakshi Changkakoti/Jayashri Devi의 다른 작품

모두 보기logo

추천 내용