menu-iconlogo
huatong
huatong
rajib-sadiya-noiye-holaleu-xutibihusong-cover-image

Noiye Holaleu Xuti(Bihusong)

RAJIB SADIYAhuatong
BIJIT_শিৱসাগৰীয়াhuatong
가사
기록
অ নৈয়ে সলালেও সূতি

সাগৰলে বব

মোক এৰিলেও তুমি

স্মৃতি থাকি যাব

বিহুগীত:নৈয়ে সলালেও সূতি

কণ্ঠ:ৰাজীৱ শদিয়া

জয় আই অসম

অ নৈয়ে সলালেও সূতি

সাগৰলে বব

মোক এৰিলেও তুমি

স্মৃতি থাকি যাব

কোৰাছ~~~~~~~

অথাই সাগৰত যদি

মোকে ঠেলি দিয়া

মোকে কন্দুৱাই তুমি

আনৰ যদি হোৱা

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

এদিন তুমি নিজেও কান্দিবা

ট্ৰেক আপলোড:BIJIT_শিৱসাগৰীয়া

কলা হলেও কুলি

কাউৰীটো নহয়

কথাক সলালেও তুমি

সঁচা মিছা নহয়

কোৰাছ~~~~~~~

অ নাভাবিবা মোকে এৰি

সুখত থাকিম বুলি

অতীতৰ স্মৃতি বোৰে

কৰিব আমনি

তেতিয়া তুমিও ভুগিবা

তুমি জানানে

তেতিয়া তুমিও ভুগিবা

Track Request:আকাংক্ষা GM

ফুল মৰহি গলে

গছৰ তলহে ভৰে

মৰহা ফুলৰ পাহিত

আদৰ জানো পৰে

কোৰাছ~~~~~~~

মোকে কন্দুৱাই যদি

আনৰ হব খোজা

মোকে পাহৰি যদি

আনৰ যদি হোৱা

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

এদিন তুমি নিজেও কান্দিবা

নৈয়ে সলালেও সূতি

সাগৰলে বব

মোক এৰিলেও তুমি

স্মৃতি থাকি যাব

অথাই সাগৰত যদি

মোকে ঠেলি দিয়া

মোকে কন্দুৱাই তুমি

আনৰ যদি হোৱা

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

এদিন তুমি নিজেও কান্দিবা

তুমি জানানে

~~~~~~~••

এদিন তুমি ...

নিজেও কান্দিবা..

RAJIB SADIYA의 다른 작품

모두 보기logo

추천 내용