menu-iconlogo
huatong
huatong
avatar

Tumi Kun Kun

ZUBEEN/Zubleehuatong
☆ⓃⒾⓇⓂⒶⓁ☆Ⓒⓗⓔⓣⓡⓨ☆huatong
가사
기록
📀তুমি কোন কোন

🎤জুবিন & জুবলী

🎬বাঁহী

🎼🎼🎼🎼🎼🎼🎼🎼

Upload By Nirmal Chetry ✌️✌️

🎹🎹🎹🎹🎹🎹🎹🎹

🗣️Ooo🗣️Ooo🗣️Ooo

M) তুমি কোন কোন কোন কোন

পূৰ্ণিমাৰে জোন

F) মই সোণ সোণ সোণ সোণ

তুমি বুকুৰ আপোন

M) ফিৰিঙটি হৈ মৰমৰ মোৰ তেজাল সপোন

F) মই মই মই মই মই মই তোমাৰ সপোন ।

M)তুমি কোন কোন কোন কোন

পূৰ্ণিমাৰে জোন

F) মই সোণ সোণ সোণ সোণ

তুমি বুকুৰ আপোন

🔊🔊🔊Music🔊🔊🔊

M)যাব খোজে চাব খোজে মনে

বুকুৰে শুৱনি কোঠা ...

মৰমকে নিচুকাবা তাতে

আৱেগেৰে ভৰি উঠা ...

F) হেঁপাহৰে প্ৰথম আৰু শেষতো মোৰ

নৰওঁ জানো ময়েই কোৱা ...

উশাহৰো প্ৰতিটো অহা-যোৱাতেই জানো

জানো মোকেইটো বিচাৰি পোৱা ...

🗣️না না না🗣️না না না🗣️না না না

🥁🥁🥁Music🥁🥁🥁

M) পাখি মেলি উৰে সপোনে মনৰ

ঢৌ তুলি নাচে আশাই ...

মন ভৰি ৰ’লে মৰমেৰে

পিয়াহে ভোকেও নাখায় ...

F) জাগি জাগি কটাব পাৰি ৰাতিবোৰ

প্ৰেমৰে নিশাবোৰ হয় চুটি ...

কেনি যায় মনে কৰে কি নাপাওঁ বুজি

ভাবনাতে থাকে মাথোঁ উটি উটি ...

🗣️ না না না🗣️না না না🗣️না না না

M) তুমি কোন কোন কোন কোন

পূৰ্ণিমাৰে জোন

F) মই সোণ সোণ সোণ সোণ

তুমি বুকুৰ আপোন

M) ফিৰিঙটি হৈ মৰমৰ মোৰ তেজাল সপোন

F) মই মই মই মই মই মই তোমাৰ সপোন ।

M) তুমি কোন কোন কোন কোন

পূৰ্ণিমাৰে জোন

F) মই সোণ সোণ সোণ সোণ

তুমি বুকুৰ আপোন

🗣️Ooo🗣️Ooo🗣️Ooo

ZUBEEN/Zublee의 다른 작품

모두 보기logo

추천 내용

Tumi Kun Kun - ZUBEEN/Zublee - 가사 & 커버