menu-iconlogo
huatong
huatong
avatar

O Maya by Zubeen Garg & Chayanika Bhuyan & Rakesh Reeyan

Zubeen Garg/Chayanika Bhuyan/Rakesh Reeyanhuatong
Ritupan_Chamuahhuatong
가사
기록
O Maya by Zubeen Garg & Chayanika Bhuyan & Rakesh Reeyan

(M)= Male Voice ( F)=Female Voice

(M) জীৱন এখনি ...মায়া মই জীৱনী

মৰম মায়াৰে .... এটি কাহিনী

Music

(F) জীৱন এখনি ...মায়া মই জীৱনী

মৰম মায়াৰে.. এটি কাহিনী

(M) জীৱনে কই কাহানিবা

হাঁহিবোৰ লুকাই থোৱা

মৰমে কয় কেতিয়াবা

চকুলোত তিতিছে হিয়া

সুখ দুখৰ ছবি আঁকি যাই

জীৱনৰ আচলত লুকাই

অও মায়া ..কি যে মায়া

জীৱন মায়াৰে খেলা

অও মায়া ..কি যে মায়া

মৰম মায়াৰে মেলা হাই

Music

(M) অও মায়াবি সাগৰত...উটিফুৰে সাগৰৰ নাঁও

অও মায়াৰে সাৰথি লৈ...আশাৰে বঠা বাই যাও

Music

অও মায়াবি সাগৰত ..উটিফুৰে সপোনৰ নাঁও

মায়াৰে সাৰথি লৈ ...আশাৰে বঠা বাই যাও

(F) জীৱনে কই কাহানিবা...হাঁহিবোৰ লুকুৱাই থোৱা

(M) মৰমে কয় কেতিয়াবা

চকুলো তিতিছে হিয়া

সুখ দুখৰ ছবি আঁকি যাই

(F) জীৱনৰ আচলত লুকাই

(M)অও মায়া ..কি যে মায়া

জীৱন মায়াৰে খেলা

অও মায়া ..কি যে মায়া

মৰম মায়াৰে মেলা হাই...

Music

(F) সৌ মন পখি যাই উৰি...মায়াৰে ডেউকামেলি

(M) হেঁপাহক সাবতি নিজৰে ছায়া বিছাৰি

Background Voice

(M) মন পখি যাই উৰি...মায়াৰে ডেউকা মেলি হেঁপাহক হাবতি নিজৰে ছায়া বিছাৰি

জীৱনে কই কাহানিবা

হাঁহিবোৰ লুকুৱাই থোৱা

মৰমে কয় কেতিয়াবা

চকুলোত তিতিছে হিয়া

সুখ দুখৰ ছবি আঁকি যাই

জীৱনৰ আচলত লুকাই

মায়া কি যে মায়া

জীৱন মায়াৰে খেলা

অও মায়া ..কি যে মায়া

মৰম মায়াৰে মেলা হাই

Please Like Share Comment

..... For More Upload.......

....Please Follow Me ...Ritupan Chamuah

Zubeen Garg/Chayanika Bhuyan/Rakesh Reeyan의 다른 작품

모두 보기logo

추천 내용