menu-iconlogo
huatong
huatong
avatar

Saati/Assamese song

Zubeen Garg/Zubleehuatong
BIJIT_শিৱসাগৰীয়া💢🎸huatong
가사
기록
Song: Saati

Singer: Zubeen Garg & Zublee Baruah

Music: Zubeen Garg

written by: Zubeen Garg

Joi aai axom {1st pt female}

ষ্টাৰমেকাৰ আপলোড:BIJIT_শিৱসাগৰীয়া

F-তুমি বাৰিষা তুমি বৰষুণ

তুমি ছাতি

খামুচি হাতে

?

F-নৈ বৈ গৈ তোমালৈয়ে বয়

নিৰ বধি

মোহনা তোমাতে

F-তুমিয়ে জোন,তুমিয়ে সোন

তুমি আপোনৰ আপোন

M-মই আৰু মোৰ মেদিনীৰ

মই আৰু মোৰ পৃথিৱীত

তুমি আছা ৰঙে বিৰঙে মোৰ

হেঁপাহৰ আধাৰশিলা হৈ...ঐ ঐ

?

F-তেজত,ঘামত,ঘ্ৰানত

বিয়পি বিৰিঙি আছা তুমি

M-ফাগুন,জেঠত,পুহত

প্ৰতি ঋতু সামৰি আছা তুমি

মৰমৰে জীয়া সাৰ পানী

পানী পাই মনে পোখা মেলি

গা গছে লতা পকাই বগাই

মোৰ বনানি হৈ...ঐ ঐ

F-তুমিয়ে জোন,তুমিয়ে সোন

তুমি আপোনৰ আপোন

M-মই আৰু মোৰ মেদিনীৰ

মই আৰু মোৰ পৃথিৱীত

তুমি আছা ৰঙে বিৰঙে মোৰ

হেঁপাহৰ আধাৰশিলা হৈ..ঐ ঐ

Zubeen Garg/Zublee의 다른 작품

모두 보기logo

추천 내용

Saati/Assamese song - Zubeen Garg/Zublee - 가사 & 커버