চাইকেলখন চলাওঁতে
কথাছবি : মৰমী (1978)
কণ্ঠ : দীপেন বৰুৱা , নমিতা ভট্টাচাৰ্য
সংগীত : ৰমেন বৰুৱা
জয় আই অসম
M:অ’ চাইকেলখন চলাওঁতে !
ভৰিৰ চাল ছিগিলে !
বিচাৰি ! না..পালোঁ বেজ
হাতৰে আঙুলি !
কামুৰি ! গ’লি ঐ..
ৰখাব নোৱাৰোঁ.. তেজ
M:সোণাৰু ফুলিলে দেখি
মৰম লাগে তোমালৈ
ছিঙি আনোঁ, ছিঙি আনোঁ
যেন তোমাৰ খোপালৈ
সোণাৰু ফুলিলে দেখি
মৰম লাগে তোমালৈ
ছিঙি আনোঁ, ছিঙি আনোঁ
যেন তোমাৰ খোপালৈ
শুৱাবনে নুশুৱায় ?
F:কেলৈ লাগে ফুল ছিঙিব
জয় পৰি যাবলৈ
বনতো লাগিছে কেলৈ
মনৰ মৰম পাবলৈ
পাই হেঁপাহ নপলায় !
M:আজৌ.. ! মৰো:
BIJIT_শিৱসাগৰীয়া
M:আদত কথাষাৰি !
ক’লি দেখোঁ লাহৰী !
মনটো চোন আহিছে
কিবা কিবি কৰি
যাওঁনো কেনে কৰি ?
থাকোঁনো কেনে কৰি ?
জিন্ জিনাই আহিছে ভৰি
F:মই মৰি যাওঁ !
কোনোবাই শুনিব !
ডাঙৰকৈ নক’বা
মনৰে কথাষাৰ
মনতে ৰাখিবা
চল চাই চলাবা
ভৰি মোৰ লাহৰ ঐ
চেচাঁ, তিঁতা বাতৰি
ট্ৰেক অনুৰোধ : Aman Ali(Sm)
F:চাই চাই চলাবা
চাইকেলখন চেনাইটি
আগলৈ পাছলৈ চাবা
আগলৈ পাছলৈ চাবা মোৰ চেনাইটি !
পিচলি পৰিবা চাবা !
++++++
F:অকোৱা নো পকোৱা !
বাট দীঘলীয়া
ওখোৰা নো মোখোৰা
চিনিব নোৱাঁৰা
ভালকৈ নাযাবা
যৌৱন গ’লে পাবলৈ নাই !
M:যৌৱন দুদিনীয়া !
যৌৱন কুমলীয়া !
পাওঁতেই তুলি ল’বি
মৰম ফুলনীয়া !
কৰি ল’ ধেমালি
চাওঁতেই যৌৱনটো যায়
+++++++______+++++
M:ঐ গৈ গৈ নপৰে ওৰে ঐ লাহৰি
গৈ গৈ নপৰে ওৰ
F:বাটৰে নাপাওঁচোন ওৰে ঐ চেনাইটি
বাটৰে নাপাওঁ ওৰ
M:অ’ ৰৈ ৰৈ হালিলে বিৰিণা
ৰৈ ৰৈ কান্দিলে হৰিণা
ৰৈ ৰৈ ঘূৰিলে ইচাতি বিচাতি মন ৷৷