গীত : সোণালী অ’ সোণালী জোন
কথাছবি:মানসী(1981)
কণ্ঠ:দীপেন বৰুৱা
সংগীত:ৰমেন বৰুৱা
কথা:কেশৱ মহন্ত
জয় আই অসম
সোণালী
অ’ সোণালী জোন
সোণালী
অ’ সোণালী জোন
গছে পাতে ফুলে বনে..!
অ’ জোনালী !
অ’ জোনালী সোণ
সোণালী
অ’ সোণালী জোন
গছে পাতে ফুলে বনে...!
অ’ জোনালী
অ’ জোনালী সোণ ।
ট্ৰেক আপলোড : BIJIT_শিৱসাগৰীয়া
এইয়া জ্বলে জিলিমিলি মন
জানো জোনাকৰ ঢৌ
নেকি যৌৱনৰ মৌ
এইয়া জ্বলে জিলিমিলি মন
জানো জোনাকৰ ঢৌ
নেকি যৌৱনৰ মৌ
এইযে হাঁহি ! জোৱাৰ তুলি !
কৰিলে প্ৰাণ বাউলি
এইযে হাঁহি ! জোৱাৰ তুলি !
কৰিলে প্ৰাণ বাউলি
কোনে ক’লে কাণে কাণে !
তুমি মোৰ
অ’.. তুমি মোৰ কোন
সোণালী !
অ’.. সোণালী জোন ।
ট্ৰেক অনুৰোধ : LachitGohain
পুৱা পাহি মেলি ফুলা
ফুল পৰে গধূলি জয় পৰে
মৰহি গৈ
পুৱা পাহি মেলি ফুলা
ফুল পৰে গধূলি জয় পৰে
মৰহি গৈ
নসৰোতেই বিলাই দিয়া !
যৌৱন ভৰা ভাল পোৱা
নসৰোতেই বিলাই দিয়া !
যৌৱন ভৰা ভাল পোৱা
ৰূপে ৰসে পৰশেৰে
মন উতলা !
অ’ উতলা চোন
জোনালী !
অ’ জোনালী সোণ
গছে পাতে ফুলে বনে...!
অ’ জোনালী
অ’ জোনালী সোণ ।।